• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন আৰ চিক এন পি আৰ বুলি ঘোষণা কৰাৰ দাবী বিধায়ক শিলাদিত্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 7, 2019 10:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক এন পি আৰ অৰ্থ্যাৎ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ সলনি কৰাৰ দাবী তুলিছে বিজেপি বিধায়ক শিলাদিত্যই। শনিবাৰে অৰ্থাৎ আজি বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি এন আৰ চিখনক এন পি আৰ বুলি ঘোষণা কৰাৰ বাবে দাবী তোলে বিধায়কগৰাকীয়ে।

‘এন আৰ চি কৰাৰ পূৰ্বে এনপিআৰ কৰিব লাগিছিল। গোটেই ভাৰতত ২০১০ চনত এন পি আৰৰ কাম হৈছিল, কিন্তু অসমত এন পি আৰৰ কাম হোৱা নাছিল। এতিয়া এই এন আৰ চিখন এন পি আৰ বুলি ঘোষণা কৰি দিব লাগে। কিয়নো লাখ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হ’ল যিহেতু এইখন এন পি আৰ বুলি ধৰি ল’ব লাগে।‘ সংবাদমেলত শিলাদিত্যই এই দাবী তোলে।

Apply Now

‘ভাৰতত ২০২০ চনত এন পি আৰৰ কাম হ’ব। এপ্ৰিলৰ পৰা হ’বলগীয়া এই এনপিআৰৰ কাম ছেপ্তেম্বৰ মাহত শেষ হ’ব। তাৰ পাছত সমগ্ৰ ভাৰততে এন আৰ চিৰ কাম আৰম্ভ হ’ব। সমগ্ৰ ভাৰততে এনআৰচিৰ কাম ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ আৰম্ভ হ’ব। তেতিয়া অসমে এক শুদ্ধ এন আৰ চি লাভ কৰিব।‘ এই মন্তব্য শিলাদিত্যৰ।

তদুপৰি, ‘আধাৰ কাৰ্ড বাদ কৰি এন আৰ চি কেতিয়াও হ’ব নোৱাৰে।‘ বুলি সদৰী কৰি বিধায়কজনে অসমতো আধাৰ কাৰ্ডৰ কাম অতি সোনকালে শেষ কৰিবলৈ দাবী জনায়।

তেওঁ কয় ‘আধাৰৰ লগত এন পি আৰৰ লিংক কৰি দিব লাগে। তেতিয়া ইয়াত লুকা-চুপি একো নাথাকিব।’‘

অসমত আধাৰ কাৰ্ডৰ কাম নোহোৱাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাকে দোষাৰোপ কৰে বিধায়কগৰাকীয়ে। অন্যান্য সংবাদমেলৰ দৰেই সুযোগ গ্ৰহণ কৰি আছু নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয় বিধায়কজনে।

আছুক কটাক্ষ কৰি শিলাদিত্যই কয় ‘আছুৱে সদায় ওলোটা কামটো কৰি আহিছে। আছুৱে প্ৰকৃততে জাতিৰ হকে কাম কৰাহেঁতেন তেওঁলোকে আধাৰ কাৰ্ডটোৰ কেতিয়াও বিৰোধ নকৰিলেহেঁতেন। আছু এসময়ত অসমৰ জাতিৰ কাৰণে আছিল এতিয়া বাংলাদেশী মুছলমানৰ কাৰণে। আছুৰ ওপৰত ভৰষা কৰি অসমৰ কথা চিন্তা কৰিলে অসমীয়াৰ বাবেই ক্ষতিকাৰক হ’ব। আছুৱে কেৱল হিন্দু শৰণাৰ্থীক টাৰ্গেট কৰি অভিযোগ দাখিল কৰিছিল।‘

আনহাতে আজিৰ সংবাদমেলতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকো শিলাদিত্যই আক্ৰমণৰ লক্ষ্য কৰি লয়।

‘প্ৰতীক হাজেলা জাতিদ্ৰোহী। তেওঁ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে। এনআৰচিৰ পৰা নাম বাদ পৰাৰ ৪ লাখে এনআৰচিৰ বাবে আবেদন জনোৱা নাছিল, ১২ লাখ হিন্দু শৰণাৰ্থী বা অন্যান্য খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে। এতিয়া অসমত ৩ লাখ বিদেশীহে থাকি যাব নেকি?’ হাজেলাক আক্ৰমণ কৰি শিলাদিত্যই এই প্ৰশ্ন উত্থাপন কৰে।

তাৎপয্যপূৰ্ণভাৱে, এনআৰচিৰ পৰা ৰাজ্যখনৰ নাম বাদ পৰি ৰোৱা সকলো ‘স্বদেশী’ নাগৰিককে হাজেলাৰ বিৰুদ্ধে স্থানীয় থানাত গোচৰ দিবলৈ শিলাদিত্যই আহ্বান জনায়।

‘যিসকলৰ ১৯৬৫ ৰ নথি-পত্ৰ থকাৰ পাছতো এনআৰচিত নাম অহা নাই, সেইসকলে স্থানীয় থানাত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰক।‘ নাম বাদ পৰা লোকলৈ এই আহ্বান জনাই প্ৰতীক হাজেলাৰ প্ৰতি প্ৰশ্ন কৰি শিলাদিত্যই কয় ‘স্বদেশী বুলি নথি-পত্ৰ থকাৰ পাছতো তেওঁলোকক বিদেশী বুলি হাজেলাই কিয় হাৰাশাস্তি কৰিলে?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd