DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘আমি বাংলাদেশী নহয়’; বাকছাত উত্তেজিত জনতাই বাট আগচি বিচাৰিলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 6:45 pm
representing image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

7.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাকছা জিলাত অলপতে চাৰিগৰাকী লোকক উত্তেজিত জনতাই আৰক্ষীৰ হাতত গটাই দিয়াৰ পূৰ্বে ‘বাংলাদেশী টেষ্ট’ কৰাবলৈ বাধ্য কৰায়।

জানিব পৰা মতে, চাহিদ মিঞা আৰু তেওঁৰ পত্নী বিমলা বেগম, লালবোৰ আলি আৰু আব্দুল কায়াম নামৰ চাৰিগৰাকী লোকে গুৱা্হাটীৰ পৰা সুৱাগপুৰলৈ এখন পিক-আপ ট্ৰাকত ঘৰ বনোৱা সামগ্ৰী লৈ উভতি আহি আছিল।

আহি থাকোতে বাটত ৫০ জনীয়া এটা লোকৰ দলে বাট আগচি  ধৰে আৰু তেওঁলোকক এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য দেখুৱাবলৈ দাবী জনায়।

আনহাতে, যেতিয়া লোককেইগৰাকীয়ে প্ৰয়োজনীয় পৰিচয়পত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল উত্তেজিত জনতাৰ দলটোৱে তেওঁলোকক আটক কৰি গোৰেশ্বৰ আৰক্ষী থানাত গটাই দিয়ে।

গোৰেশ্বৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক এইচ গোস্বমীয়ে চাৰিগৰাকী লোকক উত্তেজিত জনতাই থানালৈ লৈ আহি আৰক্ষীৰ হাতত গটাই দিয়ে বুলি সংবাদ মাধ্যমৰ আগত কয়।

প্ৰাথমিক সোধ-পোচৰ অন্তত তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী নহয় বুলি প্ৰমাণ হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখযোগ্য যে, এন আৰ চিৰ পৰা নাম বাদ পৰা লোক বুলি সন্দেহ কৰি উত্তেজিত জনতাই হাৰাশাস্তি কৰাৰ এয়া প্ৰথম ঘটনা নহয়।

Recent News

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd