• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
August 7, 2022 2:51 pm
ফটো : সংগৃহিত।

ফটো : সংগৃহিত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Mobile data services suspended for 5 days in Manipur ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত শনিবাৰে মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে উলিওৱা এক প্ৰতিবাদী সমদলকলৈ পৰিস্থিতি উত্তাল হৈ পৰে। ছাত্ৰ-আৰক্ষীৰ সংঘৰ্ষত কমেও ৩০ জন শিক্ষাৰ্থী আহত হয়। এই ঘটনাত দুজন আৰক্ষীৰ লোকো আহত হয়।

পাৰ্বত্য অঞ্চল সমিতিৰ প্ৰস্তাৱিত স্বায়ত্তশাসিত জিলা পৰিষদ সংশোধনী বিধেয়ক উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ বিৰুদ্ধে অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ নেতাসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰ তিবাদ সাৱ্যস্ত কৰে।

মণিপুৰৰ পাৰ্বত্য জিলাসমূহত সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ অভিযোগত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মুক্তিৰ দাবীতে শনিবাৰে প্ৰতিবাদ হোৱা বুলি কোৱা হৈছে।

Apply Now

লগতে পঢ়ক: Myanmar military rulers banned from ASEAN: শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ! আছিয়ানত নিষিদ্ধ ম্যানমাৰৰ সামৰিক শাসক

আৰক্ষীৰ সূত্ৰই কয় যে প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ লাঠিচালনা কৰা হৈছিল। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাত কেইবাজনো আৰক্ষী আহত হয়। আৰক্ষীয়ে তেতিয়া উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছৰ ব্যৱহাৰ কৰে।

এই সন্দৰ্ভত অল কলেজ ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ নেতা নিংজান জাজোৱে কয়, “আমি আমাৰ নেতাসকলৰ মুক্তিৰ দাবীত এক শান্তিপূৰ্ণ প্ৰতিবাদত অংশ গ্ৰহণ কৰিছিলো। আৰক্ষীয়ে কোনো প্ৰৰোচনা অবিহনে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত লাঠী চালনা কৰে। আমি আৰক্ষীৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিছো। গ্ৰেপ্তাৰ কৰা আমাৰ নেতাসকলক মুকলি নকৰালৈকে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম।”

 

ইপিনে, শনিবাৰে ইম্ফল পশ্চিমৰ মুখ্য ন্যায়িক দণ্ডাধীশে গ্ৰেপ্তাৰ কৰা অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ ছাত্ৰ নেতাসকলক ১৫ দিনৰ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। বিষ্ণুপুৰৰ জিলা দণ্ডাধীশে বিষ্ণুপুৰ আৰু চুড়াচান্দপুৰত দুমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে। সেইদৰে, সমগ্ৰ মণিপুৰত ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱাও বন্ধ ৰখা হৈছে।

লগতে পঢ়ক: Iran Bans Women: বিজ্ঞাপনত মহিলাৰ উপস্থিতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইৰানৰ

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ নেতাসকলৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।

এন ই নাও নিউজ, ইম্ফল

এন ই নাও নিউজ, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd