• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ৬৭ টা মোবাইলসহ ৰেইলৱে আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুজন লোক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 2, 2019 6:50 pm
10.1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত উঠিছে ভিন্ন কোম্পানীৰ মোবাইল ফোনৰ উজান। কিয়নো ৬৭ টা মোবাইলসহ ৰেইলৱে আৰক্ষীৰ জালত পৰিছে দুজন বহিঃৰাজ্যৰ দুজন লোক। ধৃত লোক দুজনৰ নাম ক্ৰমে আব্দুছ ছাত্তাৰ(৪৯) আৰু ছাহাবুদ্দিন শেইখ(৪০)।

ধৃত ব্যক্তি দুজনৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰেইলৱে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ধৃত লোক দুজনে জব্দকৃত ৬৭ টাকৈ চুৰি মোবাইল নগাঁৱৰ পৰা মালদালৈ বিক্ৰীৰ বাবে নিয়াৰ কথা আছিল। তেওঁলোকে মোবাইলকেইটা তিনিটাকৈ বেগত ভৰাই আনিছিল বুলি ৰেইলৱে আৰক্ষীয়ে জনায়।

মোবাইলসহ গুৱাহাটী ৰেইলৱে আৰক্ষীয়ে আটক কৰা লোক দুজন

লোকদুজনে নগাঁৱৰ পৰা মোবাইল ফোনকেইটা লৈ গুৱাহাটী ৰেইলৱে ষ্টেশ্যনৰ ২ নং প্লেটফৰ্মত ৰৈ থকা অৱস্থাত ৰেইলৱে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দুপৰীয়া প্ৰায় ১ বজাত মোবাইলসহ দুয়োকে আটক কৰে।

বাতৰি লিখা সময়লৈকে লোকদুজনক ৰেইলৱে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে সোধা-পোচা চলাই আছে।

জব্দ কৰা চুৰি মোবাইল কেইটাৰ প্ৰতিটোৰ বজাৰ মূল্য ১০ হাজাৰৰ পৰা ২৫ হাজাৰ পৰ্যন্ত হ’ব বুলি অনুমান কৰি ৬৭ টা মোবাইল ফোনৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd