• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৯৮৮ চনতে ডিজিটেল কেমেৰা, ই-মেইল ব্যৱহাৰ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে ৰচিলে ইতিহাস!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 14, 2019 1:04 pm

2 min read

modicam_710x400xt

ফটো : এছিয়ানেটৰ সৌজন্যত

2.5k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী এটাৰ পাছত আন এটা বিতৰ্কিত মন্তব্যৰ জৰিয়তে সংবাদ মাধ্যম তথা ছচিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ মাজত সোমাই পৰিছে।

প্ৰথমতে প্ৰধান মন্ত্ৰী মোদীয়ে বিমান আক্ৰমণৰ বাবে ৰাডাৰত ধৰা নপৰাৰ বাবে ডাৱৰীয়া বতৰৰ সুবিধা লোৱাৰ বিষয়ে মন্তব্য কৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ইয়াৰ পাছতে সেই একেটা সাক্ষাৎকাৰতে মোদীয়ে আন এক উদ্ভট মন্তব্য কৰি সকলোৰে চকু কপালত তুলিছে।  এটা ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপত স্পষ্টকৈ দেখা গৈছে যে মোদীয়ে ১৯৮৭-৮৮ চনতে তেওঁ ডিজিটেল কেমেৰা আৰু ই-মেইল ব্যৱহাৰ কৰা বুলি দাবী কৰিছে।

Modi: "I used Digital Camera and Email in 1987-88."

Fact:

? Kodak unveiled the first consumer digital camera (model DC 40) on March 28, 1995 in US

? Videsh Sanchar Nigam Limited (VSNL) launched public Internet access in India on August 15, 1995

Modi is a pathological liar. pic.twitter.com/cCPEUigpNV

— Rofl Republic (@i_theindian) May 12, 2019

‘’মই প্ৰথম ১৯৮৭ বা ১৯৮৮ চনত ডিজিটেল কেমেৰা ব্যৱহাৰ কৰিছিলো। তেতিয়া বহুতো লোকে ই-মেইল ব্যৱহাৰ কৰিছিল। গুজৰাটৰ ভিৰামগমত আদৱানীজীৰ এখন জনসভাৰ সময়ত মোৰ হাতত ডিজিটেল কেমেৰা আছিল। মই আদৱানীজীৰ এখন ফটো তুলিছিলো আৰু দিল্লীলৈ প্ৰেৰণ কৰিছিলো। তেওঁ আচৰিত হৈ কৈছিল যে কেনেকৈ আজি তেওঁৰ ৰঙীণ ফটো এখন ওলাল,’’ সাক্ষাৎকাৰটোত প্ৰধান মন্ত্ৰী মোদীয়ে কৈছিল।

ইয়াৰ পাছতে ছচিয়েল মিডিয়াত প্ৰধান মন্ত্ৰীৰ ভুৱা দাবীৰ সন্দৰ্ভত ব্যাপক চৰ্চা আৰম্ভ হয়। নতুন প্ৰজন্মৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে আঙুলিয়াই দিছে যে প্ৰথম ডিজিটেল কেমেৰা ১৯৮৭ চনত আৱিস্কাৰহে হৈছিল আৰু ই-মেইল বাণিজ্যিকভাৱে ১৯৯০-৯৫তহে আৰম্ভ হৈছিল। ১৯৯৫ চনলৈকে ই-মেইলৰ সুবিধা সুলভ হৈ পৰা নাছিল।

প্ৰধান মন্ত্ৰী গৰাকীৰ এনে তাজ্জৱ আৰু উদ্ভট দাবীয়ে দেশৰ শিক্ষিত জনসাধাৰণক বাৰুকৈয়ে বিপাঙত পেলাইছে। বৰ্তমান সময়ত বিদ্যালয়ৰ শিক্ষাৰ্থী এগৰাকীৰ বাবেও এক সাধাৰণ জ্ঞানৰ বিষয়টো দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কেনেকৈ ইমান ভুলকৈ উপস্থাপন কৰিব পাৰে সেয়া এক আশ্চৰ্যৰ বিষয় যদিও সকলোৰে বাবে ই এক ৰসিকতাৰহে সৃষ্টি কৰা দেখা গৈছে।

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd