• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক! মোদী চৰকাৰে পুনৰ নিষিদ্ধ কৰিলে ৫৪টা চীনা এপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2022 11:36 am
WhatsApp Image 2022-02-14 at 11.08.39 AM

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন বিৰতিৰ পিছত পুনৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰি ৫৪টা চীনা এপ নিষিদ্ধ কৰিলে মোদী চৰকাৰে।

বাতৰি অনুসৰি, এই ৫৪টা এপৰ মাজত কেইবাটাও প্ৰসিদ্ধ কোম্পানীৰ এপো আছে। ভাৰতীয়সকলে এতিয়া টেনচেন্ট, আলিবাবাৰ দৰে কোম্পানীৰ এপৰ পৰা ছেল্ফি কেমেৰা, ভিভা ভিডিঅ’ এডিটৰ, এপ লকৰ দৰে এপসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।

দেশৰ নাগৰিকৰ নিৰাপত্তা তথা তথ্যৰ গোপনীয়তাৰ স্বাৰ্থত এই এপসমূহ মোদী চৰকাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে।

Apply Now

লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গুগল প্লে ষ্ট’ৰকে ধৰি আগশাৰীৰ এপ ষ্ট’ৰবোৰক এই ৫৪টা এপ যাতে অঁতৰাই দিয়ে তাৰ বাবে নিৰ্দেশ দিছে।

য়ুজাৰসকলে যাতে কোনোধৰণে এই এপসমূহ ডাউনলোড কৰি ব্যৱহাৰ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে।

তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৯-এ অনুসৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২০চনৰ জুন মাহত পূব লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষত দেশৰ ২০গৰাকী সেনা জোৱান শ্বহীদ হৈছিল। তাৰ পিছতেই দেশজুৰি চীনৰ সামগ্ৰী বয়কট কৰাৰ দাবী উঠিছিল।

তেতিয়াই কেন্দ্ৰীয় চৰকাৰে প্ৰথম চীনৰ এপ নিষিদ্ধ কৰা সিদ্ধান্ত লৈছিল। ভাৰতত শতকৰ ঘৰত চীনা এপ নিষিদ্ধ কৰা হৈছিল। পৰ্যায়ক্ৰমে টিকটক, উইচ্যাট, হেলোকে ধৰি বহু জন প্ৰিয় চীনা এপ নিষিদ্ধ কৰি দিয়া হৈছিল। নিষিদ্ধ কৰা হৈছিল PUB-G গেমো।  

লগতে পঢ়ক:ৰাজস্থানত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণ; হাত-ভৰি বান্ধি হোটেলৰ প্ৰথম মহলাৰ পৰা পেলাই দিলে তললৈ

শেহতীয়াকৈ ভাৰত-চীনৰ সম্পৰ্কৰ কোনো উন্নতি  হোৱা নাই। বৰঞ্চ সীমান্তত এতিয়াও উত্তেজনা অব্যাহত আছে। এনে তিক্ততাপূৰ্ণ সম্পৰ্ক অব্যাহত থকাৰ মাজতে ভাৰত চৰকাৰে পুনৰ চীনৰ বিৰুদ্ধে চলালে ডিজিটেল ষ্ট্ৰাইক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd