• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ নতুন মন্ত্ৰীসভাখন: কোনে কি পালে দপ্তৰ, সৰ্বানন্দ সোণোৱাল,কিৰেণ ৰিজিজুৱে কি পালে,দপ্তৰসহ ৪৩ মন্ত্ৰীৰ সম্পূৰ্ণ তালিকা

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2021 7:23 am
mojk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায়। সেইমৰ্মে মোদীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰে ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে।

ইয়াৰে বহুতেই্ আগৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে যদিও বহু নতুন মুখেও মন্ত্ৰীসভা খনত ভুমুকি মাৰিছে। মোদীৰ নতুন মন্ত্ৰীসভাত ৯ গৰাকী মহিলামন্ত্ৰীকো স্থান দিয়া হৈছে।

Apply Now

ইয়াকেলৈ মন্ত্ৰীসভা খনত মহিলা মন্ত্ৰীৰ সংখ্যা হ’লগৈ ১১ গৰাকী।

মোদীৰ মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিয়া হৈছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰীৰ দায়িত্ব।

উত্তৰ-পূৰ্বাঞ্চলৰ আন এগৰাকী কেবিনেট মন্ত্ৰী কিৰেন ৰিজিজুক দিয়া হৈছে আইন মন্ত্ৰালয়ৰ লগতে সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ দায়িত্ব।

আহক চাওঁ মোদী কেবিনেটত ৪৩ গৰাকী মন্ত্ৰীক দিয়া হ’ল কি কি দপ্তৰ—

১. নাৰায়ণ টাটু ৰাণে: ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ।
২. শ্ৰী সৰ্বানন্দ সোণোৱাল:বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু আয়ুষ
৩ ড০ বীৰেন্দ্ৰ কুমাৰ: সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ।

৪. শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া:অসামৰিক বিমান পৰিবহন ।
৫. শ্ৰী ৰামচন্দ্ৰ প্ৰসাদ সিং:তীখা দপ্তৰ।
৬. শ্ৰী অশ্বিনী বৈষ্ণৱ:ৰে’ল আৰু তথ্য প্ৰযুক্তি

৭. শ্ৰী পশু পতি কুমাৰ পাৰস:খাদ্য পুনৰ সংসাধন।
৮. শ্ৰী কিৰেন ৰিজিজু:আইন মন্ত্ৰালয়ৰ লগতে সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়।

৯. শ্ৰী ৰাজ কুমাৰ সিং: শক্তি দপ্তৰ।

১০. শ্ৰী হৰদীপ সিং পুৰী:পেট্রলিয়াম, আবাসন আৰু নগৰ কল্যাণ ।
১১. শ্ৰী মনসুখ মাণ্ডৱিয়া:স্বাস্থ্য দপ্তৰ।
১২. শ্ৰী ভূপেন্দৰ যাদৱ:পৰিবেশ আৰু শ্রম দপ্তৰ।

১৩. শ্ৰী পৰশত্তম ৰূপালা:মৎস্য, পশুপালন আৰু দুগ্ধজাত পণ্য দপ্তৰ।
১৪. শ্ৰী জি কিষাণ ৰেড্ডী:সংস্কৃতি, পর্যটন আৰু উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰ।
১৫. শ্ৰী অনুৰাগ সিং ঠাকুৰ:ক্ৰীড়া  আৰু তথ্য- সম্প্ৰচাৰ দপ্তৰ।

১৬. শ্ৰী পংকজ চৌধুৰী:অর্থ দপ্তৰৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ।
১৭.অনুপ্রিয়া সিং প্যাটেল- বাণিজ্য আৰু শিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
১৮.সত্যপাল সিং বাঘেল- আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

১৯.ৰাজীবচন্দ্র শেখৰ- কাৰিকৰী দক্ষতা আৰু শিল্প দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু তথ্য-প্রযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২০.শোভা কৰণদোলজে- কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২১.ভানুপ্ৰতাপ সিং বর্মা- ক্ষুদ্র, মজলীয়া উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২২.দর্শনা বিক্রম জার্দোশ- বস্ত্র আৰু ৰে’ল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৩.মীনাক্ষী লেখী- বিদেশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২৪.অন্নপূর্ণা দেবী- শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৫.এ নাৰায়ণস্বামী- সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৬.কৌশল কিশোৰ:নগৰ আৰু গৃহনিৰ্মাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৭.অজয় ভাট- প্রতিৰক্ষা আৰু পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

২৮.বি এল বর্মা- উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
২৯.অজয় কুমাৰ:গৃহ দপ্তৰৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩০.দেবুসিং চৌহান- যোগাযোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩১.ভগবন্ত খুবা- নবীকরণ ও পুনর্ব্যৱহাৰযোগ্য শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩২.কপিল মোৰেশ্বৰ পাটিল- পঞ্চায়তী ৰাজ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৩.প্রতিমা ভৌমিক- সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৪.ডা. সুভাষ সৰকাৰ: শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩৫.শান্তনু ঠাকুৰ: বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৬.জন বাৰলা – সংখ্যলঘু সম্প্রদায় বিষয়ক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৭.নিশীথ প্রামাণিক– গৃহ আৰু ক্রীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৩৮.ভগবত কিষাণ ৰাও কাৰাড:অৰ্থ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৩৯.ৰাজকুমাৰ ৰঞ্জন সিং-বিদেশ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪০.ভাৰতী প্রবীণ পওৱাৰ:স্বাস্থ্য -পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪১.বিশ্বেশ্বৰ টুডু- আদিবাসী বিষয়ক আৰু জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

৪২.মুঞ্জাপাৰা মহেন্দ্রভাই- নাৰী আৰু শিশু কল্যাণ,আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।
৪৩.এল মুৰুগান: মৎস্য, পশুপালন আৰু দুগ্ধজাত পণ্য , তথ্য -সম্প্রচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd