• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 11:12 am
441
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে খাদ্য মন্ত্ৰালয়ে দেশৰ সকলো ৰেচনৰ দোকানত মেট্ৰ’ ষ্টেচনৰ ষ্টাইলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ থ্ৰীডি কাটাউট স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। ‘কোনে বিনামূলীয়া ৰেচন দিছে? নৰেন্দ্ৰ মোডী।’ খাদ্য মন্ত্ৰালয়েও সমগ্ৰ দেশৰ ৰেচনৰ দোকানত এনে হাৰ্ডিং প্ৰস্তুত কৰা বাবে ২২ কোটি টকা খৰচ হ’ব বুলি অনুমান কৰিছে। এই কথা পোহৰলৈ অহাৰ পিছতেই আৰম্ভ হয় বিতৰ্ক।

এইবাৰ কেন্দ্ৰই গ্ৰাহকক ৰেচন খাদ্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ বিশেষ প্লাষ্টিকৰ বেগ প্ৰদান কৰিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বেগ বিতৰণ কৰা হ’ব। জনা গৈছে যে প্ৰতিটো বেগৰ ক্ষমতা ১০ কিলোগ্ৰাম হ’ব। বেগবোৰত থাকিব পি এম মোডীৰ ছবি। আনকি কেন্দ্ৰৰ বিভিন্ন প্ৰকল্পৰ সবিশেষো বেগত লিখা থাকিব।

লগতে পঢ়কঃ ৰাজহুৱা স্থানত কাৰোবাক ‘পাগল’ বুলি কোৱাটো কোনো অপৰাধ নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়

সূত্ৰ অনুসৰি, খাদ্য মন্ত্ৰালয়ে ইয়াৰ বাবে প্ৰায় ৩০০ কোটি টকা আবণ্টন দিছে। কেন্দ্ৰই লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত ২০.০৩ কোটি জনসাধাৰণলৈ এই বেগসমূহ যোগান ধৰিব বিচাৰিছে।

উল্লেখ্য যে ইতিমধ্যে বিভিন্ন মাধ্য়মত সকলোতে মোডীৰ আত্মপ্ৰচাৰক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। শেহতীয়াকৈ হোৱা চৰ্চাত কোৱা হৈছে যে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য আকাশলংঘী বৃদ্ধি পোৱাত মানুহ হতাশ হৈ পৰিছে। সেই দিশত কেন্দ্ৰৰ কোনো লক্ষ্য নাই। ইয়াৰ বিপৰীতে বিজেপিয়ে কেৱল মানুহৰ কৰৰ টকাৰে সকলো কেবল গেৰুৱাকৰণ কৰি তোলাত ব্যস্ত!

লগতে পঢ়কঃ বাহ আফগানিস্তান! চিন্নাস্বামীত সৰ্বকালৰ শ্ৰেষ্ঠ টী-২০! দুটা ছুপাৰ অভাৰৰ অন্তত বিজয় ভাৰতৰ

বাতৰি অনুসৰি, শেহতীয়াকৈ খাদ্য মন্ত্ৰালয়ৰ বিষয়াসকলে নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ফটো থকা এই বেগ ক্ষীপ্ৰতাৰে বিতৰণ কৰাৰ আলোচনাৰ বাবে এখন বৈঠকত বহিছিল। ১১ জানুৱাৰীত খাদ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব অনিতা কৰণে ভাৰতীয় খাদ্য নিগমৰ অধ্যক্ষ অশোক কে কে মীনাকো এখন পত্ৰ প্ৰদান কৰিছে।

Modi govt asks Food Corporation of India/FCI to buy 20.04 crore Modi photo printed synthetic ration bags for distribution to beneficiaries. In the 1960s my mother was deputed to FCI when Anthony L Dias was handling foodgrain crisis. None of the then PMs thought of self-promotion. pic.twitter.com/Nkn8ZF88N5

— Seema Sengupta, (@SeemaSengupta5) January 16, 2024

জানিব পৰা মতে, মুঠ ২০ কোটি ৩ লাখ ৪৯ হাজাৰ ৪৬৯ বেগ বনোৱাৰ কথা চিঠিখনত এফ চি আইক অৱগত কৰা হৈছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে ২৯৫ কোটি ৫১ লাখ ৫৪ হাজাৰ ৬৬৮ টকা আবণ্টনৰ বিষয়ে অৱগত কৰিছে। এতিয়াৰে পৰা বছৰত দুবাৰকৈ এই বেগসমূহ গ্ৰাহকক বিতৰণ কৰিব কেন্দ্ৰই। প্ৰতিটো বেগৰ বাবদ খৰচ কৰা হ’ব ১৪ টকা ৭৫ পইচা।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd