• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছে জামিয়া মিলিয়াক সংখ্যালঘুৰ শিক্ষানুষ্ঠান হিচাপে ঘোষণা কৰিছে : নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2024 9:15 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ওপৰত ভিত্তি কৰি তুষ্টিকৰণৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বুধবাৰে দিল্লীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি তেওঁ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ক কংগ্ৰেছে সাম্প্ৰদায়িক শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠান কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে।

মোদীয়ে অভিযোগ কৰে যে কংগ্ৰেছে ভোট লাভৰ বাবে ইমানেই হাহাকাৰ কৰিছে যে জামিয়া মিলিয়া ইছলামিয়াক সংখ্যালঘু প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰিছে।

বুধবাৰে পশ্চিম দিল্লীৰ দ্বাৰকাত অনুষ্ঠিত ৰাজহুৱা সভাত মোদীয়ে কয় যে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ বিষয়ে সমগ্ৰ দেশেই জানে। ৬০ বছৰ ধৰি এই বিশ্ববিদ্যালয়খন আন বিশ্ববিদ্যালয়ৰ দৰে সাধাৰণ শিক্ষানুষ্ঠান হিচাপে চলি আছে। ইয়াতো দলিত, পিছপৰা শ্ৰেণী, আদিবাসীয়ে সংৰক্ষণ লাভ কৰে। কিন্তু ২০১৪ চনৰ নিৰ্বাচনত জয়ী হ’বলৈ মনমোহন সিঙৰ চৰকাৰে মনে মনে এটা কৌশল ৰচনা কৰে। হঠাৎ তেওঁলোকে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় সংখ্যালঘু শিক্ষানুষ্ঠান হিচাপে ঘোষণা কৰে।

Jamia Milia Ismailia?
Modi should fire Mittar Sinha and learn English from Rajdeep Sardesai. 😭 pic.twitter.com/eMV1K0jhjN

— ηᎥ†Ꭵղ (@nkk_123) May 22, 2024

প্ৰধানমন্ত্ৰীৰ মতে, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত মুছলমানসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ কৰা হৈছে। কিন্তু আগতে অৰ্থাৎ ২০১১ চনৰ আগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিয়েও এই বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণ লাভ কৰিছিল। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বাবেই শিক্ষানুষ্ঠানৰ দৰে ঠাইত ধৰ্মৰ ভিত্তিত বাধাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে মোদীয়ে।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd