• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বাধীনতা দিৱসৰ দিনাই মোদীক দুখ লগাকৈ উপেক্ষা কৰিলে দেশবাসীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 7:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

দেশৰ ৭৭ সংখ্য স্বাধীনতা দিৱস পালনৰ দিনাই মোদীক দুখ লগাকৈ উপেক্ষা কৰিলে দেশবাসীয়ে। এই উপেক্ষাৰে দেশবাসীয়ে যেন ২০২৪ৰ অশনিৰ সংকেত প্ৰদান কৰিলে মোদীলৈ। 

Apply Now

মংগলবাৰে সমগ্ৰ দেশতে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে মোদী চৰকাৰে আৰম্ভ আজাদী কা অমৃত মহোৎসৱ এতিয়াও ৰাখিছে অব্যাহত। জনতাক মোহাচ্ছন্ন কৰি ৰাখিবলৈ এই মহোৎসৱত হিচাপে এইবাৰ অন্তৰ্ভুক্ত কৰা হৈছিল কেতবোৰ কাৰ্যসুচী। পালন কৰা হৈছে মেৰা দেশ মেৰা মাটিৰ দৰে অভিযান। 

ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক আহ্বান জনাইছিল পূৰ্বৰ দৰেই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত জাতীয় পতাকাৰ সৈতে চেল্ফী উঠি চৰকাৰী ৱেবচাইটত আপলোড কৰাৰ। লগতে মেৰা দেশ মেৰা মাটিৰ কাৰ্যসূচীতো হাতত মাটি লৈ চেল্ফী উঠি আপলোড কৰিবলৈ আহ্বান জনাইছিল দেশবাসীক। ইয়াৰ লগতে দেশবাসীৰ সকলোকে সামাজিক মাধ্যমৰ চাইটৰ হেণ্ডলত প্ৰফাইল পিকচাৰত জাতীয় পতাকা লগাবলৈ আহ্বান জনাইছিল।

কিন্তু, দেশবাসীয়ে নুশুনিলে মোদীৰ কথা। প্ৰায়সকল ইউজাৰে সলনি নকৰিলে প্ৰফাইল পিকচাৰ। ত্ৰিৰংগাৰ সৈতে চেল্ফী তুলিও আপলোড নকৰিলে ফ’টো। হাতত মাটি লৈও ‘মেৰা দেশ মেৰা মাটি’ৰ চেল্ফী অভিযানত অংশ গ্ৰহণ নকৰিলে অধিকাংশ জনতাই।

পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এনে আহ্বান দিলে একাংশ জনতাৰ মাজত উছাহৰ ধল বৈছিল। সামাজিক মাধ্যমৰ বিভিন্ন চাইটৰ ইউজাৰসকলে চেল্ফী লৈ ফটো শ্বেয়াৰ কৰিছিল। লগতে চৰকাৰী ৱেচাইটত চেল্ফী অপলোড কৰি লাভ কৰা ডিজিটেল চাৰ্টিফিকেটখনকো সগৌৰৱেৰে শ্বেয়াৰ কৰা দেখা গৈছিল। 

কিন্তু এইবাৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বাধ্য পৰি কৰাৰ বাহিৰে সাধাৰণ জনতাৰ মাজত পূৰ্বৰ দৰে দেখা নগল কোনো উছাহ। সম্পূৰ্ণৰূপে স্বাধীনতাৰ  মোদীৰ আহ্বানক নেওচা দিলে দেশৰ জনতাই। মেৰা মাটি মেৰা দেশৰ আহ্বান আৰু হৰ ঘৰ ত্ৰিৰংগা আহ্বানক উপেক্ষা কৰিলে দেশৰ সাধাৰণ জনতাই। বৰং ডঃ হিমন্ত বিশ্ব শৰ্মা, যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহান আদি বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে টুইটাৰত নিজৰ ফটো সলনি ত্ৰিৰংগা লগাই টুইটাৰৰ ব্লু টিকহে হেৰুওৱালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd