• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ বাবেই শক্তিশালী হৈ পৰিছে মোদী, মমতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্যক লৈ চলিছে চৰ্চা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2021 5:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘কংগ্ৰেছৰ বাবেই শক্তিশালী হৈ পৰিছে মোদী। দেশৰ স্বাৰ্থক কংগ্ৰেছে গুৰুত্ব দিয়া নাই। যদি কংগ্ৰেছে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে, তেন্তে সমগ্ৰ দেশখনেই ভুক্তভোগী হ’বলগা হব।’’ কংগ্ৰেছৰ প্ৰতি এইবাৰ এইদৰে তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰিছে মমতা বেনাৰ্জীয়ে।

গোৱাৰ এখন দলীয় সভাত আজি মমতাই এইদৰে মন্তব্য কৰে। মমতাই অভিযোগ কৰে যে বিজেপি বিৰোধী দলসমূহক কংগ্ৰেছে একত্ৰিত কৰিব পৰা নাই। তদুপৰি বিজেপিক প্ৰত্যাহ্বান জনাবলৈ দেশৰ আঞ্চলিক দলসমূহক কংগ্ৰেছে দিয়া নাই নাই।

Apply Now

মমতাই জনায় যে তেওঁ আঞ্চলিক দলসমূহ শক্তিশালী হোৱাটো আশা কৰে। ইয়াৰ দ্বাৰা ভাৰতৰ ফেডাৰেল গাঁঠনিও শক্তিশালী হ’ব বুলি তেওঁ কয়। দেশৰ প্ৰতিখন ৰাজ্য যদি শক্তিশালী হয়, তেন্তে কেন্দ্ৰও শক্তিশালী হ’ব- তেওঁ কয়।

সম্প্ৰতি অহা বছৰ গোৱাত অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি তৃণমূল কংগ্ৰেছে ব্যাপক দলীয় কাম-কাজ চলাই আছে। তৃণমূলে গোৱাৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী বিজয় চৰদেচাইৰ আঞ্চলিক দল গোৱা ফৰৱাৰ্ড পাৰ্টিৰ স’তে মিত্ৰতাত অৱতীৰ্ণ হৈছে। বিজেপি শাসিত ৰাজ্য গোৱাত ৪০ টাকৈ বিধানসভা সমষ্টি আছে। জানিব পৰা মতে, গোৱাৰ আটাইকেইটা সমষ্টিতে তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে শেহতীয়া বংগ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বাওঁপন্থী দলসমূহৰ স’তে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। যাৰ ফলশ্ৰুতিত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব লগা হৈছিল।

সাংবাদিকে প্ৰশ্ন কৰে যে গোৱা নিৰ্বাচনলৈ লক্ষ্য ৰাখি কংগ্ৰেছৰ স’তে পুনৰ মিত্ৰজোঁটলৈ আহিব নেকি? তাৰ উত্তৰত মমতাই কয় যে বংগ নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ সলনি তৃণমূলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। তেনেস্থলত নিৰ্বাচনী মিত্ৰতাৰ কথা ভবা নাই।

কংগ্ৰেছৰ প্ৰতি মমতাই এইদৰে মন্তব্য কৰাৰ পূৰ্বে নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰেও একেধৰণৰ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে নৰেন্দ্ৰ মোদী নাথাকিলেও ভাৰতৰ ৰাজনীতিত অনাগত ভৱিষ্যতৰ বাবে বিজেপি এটা শক্তিশালী দল হৈ থাকিব। আৰু এই কথা কংগ্ৰেছে অনুধাৱন কৰা উচিত।

প্ৰশান্ত কিশোৰে মূলতঃ কংগ্ৰেছৰ ৰাহুল গান্ধীৰ প্ৰতি লক্ষ্য কৰিয়েই এইদৰে কৈছিল। প্ৰশান্ত কিশোৰৰ এই মন্তব্যই ৰাজনৈতিক বিশেষজ্ঞসকলৰ মাজত ব্যাপক চৰ্চা চলিছে। সঁচাকৈয়ে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত এখন শীতল যুদ্ধ চলি আছে নেকি?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd