• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেই ৰামো নাই, অযোধ্যাও নাই। এই কথাষাৰৰ সাৰমৰ্ম যেন ভালদৰে বুজি উঠিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। অৰ্থাৎ আৰএছএছ-এ ভালদৰে বুজি উঠিছে যে এতিয়া যিদৰে মোদীৰ মেজিকে কাম নকৰা হৈছে ঠিক সেইদৰে মোদীৰ ইমেজো নিৰ্বাচনত ভোটাৰক প্ৰভান্বিত কৰিব নোৱাৰা হৈ আহিছে। যোৱা ৯ বছৰে দেশৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শাসকীয় দল বিজেপিক এই দৰে সতৰ্ক কৰি দিছে আৰএছএছ-এ।

বিভিন্ন সমীক্ষা সংস্থাৰ মতে, দেশৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত থাকিলেও এতিয়া বিজেপিৰ জয়ৰ বাবে কেৱল নৰেন্দ্ৰ মোদীৰ মুখখনেই এতিয়া যথেষ্ট নহয়। আৰএছএছৰ ইংৰাজী মাউথপিছ ‘অৰ্গেনাইজাৰ’ৰে এই সতৰ্ক বাণী কৰিছে।

কিছুদিন পূৰ্বে ‘অৰ্গেনাইজাৰ’ত প্ৰকাশিত সম্পাদকীয় এটাই স্পষ্ট কৰি দিছে যে কেৱল মোদীৰ জনপ্ৰিয়তা বা হিন্দুত্বই বিজেপিক শক্তিশালী কৰিব নোৱাৰে। বিজেপিয়ে যদি জয়ী হ’ব বিচাৰে তেন্তে দেশত শক্তিশালী নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন।

Apply Now

‘অৰ্গেনাইজাৰ’ৰ সম্পাদকীয় স্তম্ভত কোৱা হৈছে যে কেৱল মোদীৰ ভাবমূর্তি আৰু হিন্দুত্ববাদী ৰাজনীতিৰে নির্বাচনত জয়ী হ’বলৈ যথেষ্ট নহয়৷ আঞ্চলিক পৰ্যায়ত দক্ষ নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন। সেই সম্পাদকীয়ত লগতে কোৱা হৈছে যে এইটোৱেই বিজেপিৰ জ্ঞানলৈ অহাৰ উপযুক্ত সময়।

অৱশ্যে, এইদৰে কোৱাৰ পাছতো মোদীৰ নেতৃত্বক লৈ কোনো প্ৰশ্নই উত্থাপন নহয় বুলি কোৱা হৈছে। আদৰ্শ আৰু নেতৃত্ব তেতিয়াহে বাস্তৱত সম্পদত পৰিণত হ’ব যেতিয়া ৰাজ্য চৰকাৰসমূহে সঠিকভাৱে কাম কৰিব পাৰিব। গতিকে বিজেপিয়ে ৰাজ্যত শক্তিশালী নেতৃত্ব গঢ়িব লাগিব। তেওঁলোকৰ কাৰ্যকৰী ভূমিকা অবিহনে মোদীৰ ভাবমূৰ্তি আৰু হিন্দু ধৰ্মই যথেষ্ট নহয়।

দৰাচলতে বিগত ৯ বছৰে প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে লোকসভা আৰু বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত জয়ী হৈ আহিছে। কিন্তু বিগত কেইটামান নিৰ্বাচনত, বিশেষকৈ পশ্চিমবংগ, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত মোদীৰ ইমেজ আৰু যাদু দুয়োটাই বেয়াকৈ মুখথেকেচা খাইছে।

আৰএছএছ-এ এই তিনিটা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাৰ পাছত গেৰুৱা শিবিৰৰ বাবে আগন্তুক পথ যে পূৰ্বৰ দৰে সহজ হৈ থকা নাই সেয়া স্বীকাৰ কৰি লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd