• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিক টাইটানিকৰ দৰে ডুবাবলৈ মোদীৰ নেতৃত্বই যথেষ্ট : সুব্ৰমণিয়াণ স্বামী

জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাত মোডী বা অমিত শ্বাহৰ ভূমিকা কি আছিল?”: স্বামী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 15, 2024 4:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবীণ নেতা সুব্ৰমণিয়াণ স্বামীয়ে সমালোচনা কৰিলে বিজেপিৰ নেতৃত্বক।  সোমবাৰে পুৱা এক্সত স্বামীয়ে ইংগিত দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগভাগ ল’লে বিজেপি টাইটানিকৰ দৰে ডুব যাব।

উল্লেখ্য যে বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়াণ স্বামীয়ে কেতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সদয় হোৱা নাই। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীগৰাকীক কেইবাবাৰো সমালোচনা কৰি আহিছে স্বামীয়ে।

Apply Now

আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও স্বামীৰ সমালোচনাৰ পৰা ৰেহাই পোৱা নাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ১৩খন আসনৰ উপ-নিৰ্বাচনৰ ফলাফলৰ কথা কওঁতে স্বামীয়ে আজিৰ এক্সত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোডীক লক্ষ্য কৰি লয়।

এক্সত স্বামীয়ে কয় যে যদি আমি বিজেপিক, দলটোক টাইটানিকৰ দৰে ডুব যোৱাটো চাব বিচাৰো, তেন্তে মোডী শ্ৰেষ্ঠ নেতা।

ইয়াৰ পিছত উপ-নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি তেওঁ কয় যে উপ-নিৰ্বাচনৰ ফলাফলত বিজেপি বিভাজনৰ অৱস্থাত উপনীত হৈছে।

মন কৰিবলগীয়া যে সম্প্রতি দেশৰ বিধানসভা উপ-নির্বাচনৰ ১৩ আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ২খন আসনহে লাভ কৰিছে৷  কংগ্ৰেছকে ধৰি বিৰোধীয়ে ১০খন আসন লাভ কৰিছে। বিহাৰৰ এখন আসনত জয়লাভ কৰিছে এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে।

লোকসভা নিৰ্বাচনত ‘অযোধ্যা’ (ফৈজাবাদ)ৰ আসনখন হেৰুৱাৰ পিছত উত্তৰাখণ্ডৰ বদ্ৰীনাথ আসনখনতো পৰাজিত হৈছে বিজেপি প্ৰাৰ্থী। সেই আসনত জয় লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে। লোকসভা নিৰ্বাচনত অযোধ্যাৰ আসনত জয়লাভ কৰে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থীয়ে। যিটো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত।

১২ জুলাইত যেতিয়া কেন্দ্ৰই প্ৰতি বছৰে ২৫ জুনক ‘সংবিধান হত্যা দিৱস’ হিচাপে ঘোষণা কৰিছিল, তেতিয়া স্বামীয়ে নিজৰ এক্স হেণ্ডেলত কেন্দ্ৰীয় নেতা দুজনক আক্ৰমণ কৰি কৈছিল- “জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাত মোডী বা অমিত শ্বাহৰ ভূমিকা কি আছিল?”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd