• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াক মোদীৰ পুনৰ টোপ; অসমীয়াত টুইট কৰি আভুৱা, ঘঁৰিয়ালৰ চকুপানী আখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 4:20 pm
Modi Assam Accord

নৰেন্দ্ৰ মোদী। ফটোৰ উৎস : ইণ্টাৰনেট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কেব” নানিবলৈ কৰা অসমীয়া মানুহৰ অনুনয়-বিনয়লৈ কাণ নিদিয়া প্ৰধান মন্ত্ৰী মোদীয়ে আজি অসমীয়াত টুইট কৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আশ্বাস দিয়াত ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ।

অসমীয়াত টুইট, গামোচাৰ আদৰ আদিৰে আৱেগিক অসমীয়া মানুহক আভুৱা ভাঁৰি অহা মোদীক এইবাৰ উভতি ধৰিছে অধিকাংশ অসমীয়া লোকে।

Apply Now

অসমীয়াত দিয়া টুইটটোত মোদীয়ে কৈছে, “অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ”।

প্ৰধান মন্ত্ৰীৰ এই টুইটৰ পিছতে ইয়াক “টোপ” আখ্যা দিয়াৰ লগতে অসমীয়াত টুইট কৰাটোক ঘঁৰিয়ালৰ চকুপানী, আভুৱা-ভাঁৰাৰ চেষ্টা আখ্যা দিছে টুইটাৰ আৰু ফেইচবুক য়ুজাৰে।

বহুতো অসমীয়া টুইটাৰ য়ুজাৰে অশালীন আৰু অশোভনীয় ধৰণে মোদীক গালি পৰা দেখা গৈছে।

অসম চুক্তিৰ ছয় নং দফা অনুসৰি অসমীয়া মানুহৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ ক্ষেত্ৰত মই আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।

— Narendra Modi (@narendramodi) December 12, 2019

“কলিজা আছে যদি, অসমীয়া প্ৰতিবাদী ৰাইজৰ সন্মুখত আহ ঐ জাতিৰ দালাল….” এজনৰ উত্তৰ।

“চৰকাৰ গঠন কৰাৰ আগতো দায়বদ্ধ আছিলে এইটো কৰিম সেইটো বন্ধ কৰিম বুলি। আৰু এতিয়া বাংলাদেশী অনাৰ বাবে আমাৰ নিজ মাতৃ ভূমিৰ মানুহবোৰৰ ওপৰত অত্যাচাৰ চলাই আছে।” আন এজনৰ মন্তব্য।

“আপোনাক আৰু বিশ্বাস কৰিব নোৱাৰি…. আপুনি অসমীয়াৰ বুকুত আঘাত সানিলে”, এগৰাকী মহিলাৰ মন্তব্য।

আন এজনে কটাক্ষ কৰি লিখিছে, “আপোনাৰ মিছলীয়া চৰকাৰ, নাই আমাৰ দৰকাৰ”।

“টুপী পিন্ধাই লাভ নাই”, আন এজনৰ মন্তব্য।

আন এগৰাকী মহিলাই উত্তৰত লিখিছে, “অনুবাদকৰ সহায় লৈ টুইট কৰি থাকিলেই সকলো মনে মনে নাথাকিব। টেঙা আম এবাৰ হে বেচিব পাৰি। আপুনি তো তথাপি দুবাৰ বেছিলে। জম্মু কাশ্মীৰ খালি কৰি লাগিলে সব পুলিচ মিলিটেৰী লৈ আহক, কিন্তু এই জুই নুমুৱাব নোৱাৰে। বজৰং-২ ৰ কথাটো সপোনতো নাভাবিব। পস্তাৱ লাগিব।”

এইদৰে মোদীৰ অসমীয়া ভাষাত টুইটেৰে আৱেগ সৃষ্টি কৰা পুৰণি কৌশলক এইবাৰ অসমীয়াসকলে সুকীয়া ধৰণে লোৱা দেখা গৈছে।

চৰকাৰ গঠন কৰাৰ আগতো দায়বদ্ধ আছিলে এইটো কৰিম সেইটো বন্ধ কৰিম বুলি । আৰু এতিয়া বাংলাদেশী অনাৰ বাবে আমাৰ নিজ মাতৃ ভূমিৰ মানুহবোৰৰ ওপৰত অত্যাচাৰ চলাই আছে । @sarbanandsonwal @himantabiswa এই চুদূৰভাই কেইটাইতো নিজৰ টকা আৰু ক্ষমতাৰ বাবে অসমখনেই বিক্ৰী কৰি দিলে ।

— 𝓑𝓱𝓪𝓫𝓪𝓳𝓲𝓽 𝓢𝓪𝓲𝓴𝓲𝓪 (@Bhabajit353) December 12, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd