• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পদত্যাগ কৰিব মহম্মদ ইউনুছে! পুনৰ ৰাজনৈতিক অস্থিৰতাৰ মাজলৈ গতি কৰিব নেকি বাংলাদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰিব বুলি ব্যক্তিগতভাৱে মন্তব্য দিয়া দুদিনৰ পাছতে, শনিবাৰে তেওঁৰ মন্ত্ৰীসভাৰ এজন উপদেষ্টাই প্ৰকাশ কৰে যে তেওঁ এতিয়াও নিজৰ পদত বহাল আছে। নেচনেল চিটিজেন পাৰ্টি (এনচিপি)-ৰ ছাত্ৰ নেতৃত্বৰ সৈতে হোৱা আলোচনাত তেওঁ আগতীয়াকৈ পদত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছিল, কাৰণ তেওঁ অনুভৱ কৰিছিল যে বর্তমান পৰিস্থিতিত কাম কৰি যোৱাটো কঠিন হৈ পৰিছে।

পৰিকল্পনা উপদেষ্টা ৱাহিদুদ্দিন মাহমুদে সংবাদমাধ্যমৰ আগত কয়, “তেওঁ যাব বুলি কোৱা নাছিল, মাথোঁ কৈছিল যে দায়িত্ব পালনত বাধা আহি আছে, কিন্তু  সেইবোৰ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছো।” তেওঁ স্পষ্টভাৱে কয়, “মহম্মদ ইউনুছ নিশ্চিতভাৱে থাকিব।”

Apply Now

ঢাকাৰ শ্বেৰ-ই-বাংলা নগৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদৰ বৈঠকৰ পিছত ইউনুছে হঠাৎ এক গোপন বৈঠক আহ্বান কৰে। বৈঠকত মূলতঃ নিৰ্বাচনৰ সময়সূচী, সংস্কাৰ এজেণ্ডা আৰু যোৱা জুলাইত ঘোষিত ইস্তাহাৰৰ বিষয়ে আলোচনা কৰা হয় বুলি উল্লেখ কৰিছে।

উপদেষ্টা ছ্যেদা ৰিজৱানা হাছানে সংবাদমাধ্যমৰ আগত কয়, এই আলোচনাসমূহ তৎকালীন ছাত্ৰ বিদ্ৰোহৰ পৰা উদ্ভৱ হোৱা পৰিৱর্তনৰ চেষ্টাৰ অংশ। ইউনুছক দেশ আৰু গণআন্দোলনৰ স্বাৰ্থত দৃঢ়ভাৱে থিয় দিবলৈ আহ্বান জনাইছে এনচিপিৰ আহ্বায়ক নাহিদ ইছলামে ।

ইউনুছে খালেদা জিয়াৰ নেতৃত্বৰ বিএনপি আৰু জামাত-ই-ইছলামীৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। বিএনপিৰ জ্যেষ্ঠ নেতাসকলে উল্লেখ কৰে, তেওঁলোকে আশা কৰিছিল ইউনুছে হঠাতে পদত্যাগ নকৰে, আৰু নিৰ্বাচন সম্পন্ন কৰি সন্মানে পদ ত্যাগ কৰিব। তেওঁ অৰু কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ উদ্দেশ্য মাথোঁ নিৰ্বাচন নহয়, বরঞ্চ সমাজত ন্যায় আৰু সংস্কাৰ আনি সুস্থ ৰাজনীতি প্ৰতিষ্ঠা কৰা।

উল্লেখযোগ্য যে, সেনাই ২০২৪ চনৰ ছাত্ৰ বিদ্ৰোহৰ সময়ত দমন নকৰি শ্বেইখ হাছিনাক ভাৰতলৈ নিৰাপদে প্ৰেৰণ কৰিবলৈ সহায় কৰিছিল। পিছত ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়াটো এনচিপিৰ গঠন প্ৰচেষ্টাৰ অংশ আছিল।

শেহতীয়াকৈ ইউনুছৰ চৰকাৰে আৱামি লীগৰ বহু নেতাক, প্ৰাক্তন মন্ত্ৰীসহ, মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত কাৰাবন্দী কৰে। এন সময়তে বিভিন্ন ৰাজনৈতিক দল, বিশেষকৈ বিএনপি, আগতীয়াকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ চাপ দি আহিছে। ইফালে ইউনুছৰ পদত্যাগৰ সম্ভাৱনাৰ খবৰ বাহিৰ হোৱাৰ পাছতে দেশজুৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd