• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ বিৰুদ্ধে দুৰ্দান্ত বলিং ছামীৰ; বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ তাৰকা বলাৰগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2025 8:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট পণ্ডিতৰ সকলো হিচাপ-নিকাচ ওলট-পালট কৰি দিলে মহম্মদ ছামীয়ে। আঘাতৰ পৰা প্ৰত্যাৱৰ্তন কৰিয়েই তেওঁৰ বলিঙৰ তীক্ষ্ণতাৰ প্ৰমাণ দাঙি ধৰিলে। তেওঁ এদিনীয়াত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হয়।

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত ৫টা উইকেট দখল কৰে ছামীয়ে। তেওঁ দহ অভাৰ বল কৰিছিল। তেওঁ ৫৩ ৰান দিয়ে। খেলপথাৰৰ বাহিৰত তেওঁৰ ফিটনেছ সম্পৰ্কীয় সকলো প্ৰশ্নৰ উত্ত দিলে।

Apply Now

ছামীয়ে দেখুৱাই দিলে যে তেওঁ য’ত শেষ কৰিছিল ঠিক তাতেই আৰম্ভ কৰিছে। ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ছামীয়ে বিধ্বংসী বলিং কৰিছিল। বিশ্বকাপৰ পাছত গম পোৱা যায় যে তেওঁ গোৰোহাৰ আঘাতৰ লৈয়ে খেলিছিল। অস্ত্ৰোপচাৰৰ ১৪ মাহৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহে।

চেম্পিয়নছ ট্ৰফীত বুমৰাহৰ অনুপস্থিতিত ছামী হৈছে ৰোহিত শৰ্মাৰ প্ৰধান অস্ত্ৰ। চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত ২০০টা এদিনীয়া উইকেটৰ গৰাকী হৈ পৰে ছামী। মহম্মদ ছামীয়ে ১০৪খন মেচত এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। কিন্তু তেওঁৰ বলৰ সংখ্যা ৫১২৬টা। মিচেল ষ্টাৰ্কে তেওঁতকৈ ২খন কম মেচ খেলি ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয়। কিন্তু তেওঁ বেছি বল কৰিছে। অষ্ট্ৰেলিয়ান তাৰকাগৰাকীৰ ডেলিভাৰীৰ সংখ্যা ৫২৫০টা।

পাকিস্তানৰ স্পিনাৰ ছাকলাইন মুস্তাকেও ১০৪খন মেচত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হৈছিল। তেওঁ ৫৪৫১টা বলত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হৈছিল। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ব্ৰেট লী আৰু ট্ৰেণ্ট ব’ল্ট।

2⃣0⃣0⃣ wickets and counting!

Mohd. Shami becomes the fastest bowler for India to scalp 200 ODI wickets! 🫡

Follow the Match ▶️ https://t.co/ggnxmdG0VK#TeamIndia | #BANvIND | #ChampionsTrophy | @MdShami11 pic.twitter.com/CqLyuQPh3X

— BCCI (@BCCI) February 20, 2025

আজি জাকিৰ আলীৰ উইকেটেৰে নতুন মাইলৰ খুঁটিত উপনীত হ’ল ছামী। ইয়াৰ পূৰ্বে আইচিচিক দিয়া এক সাক্ষাৎকাৰত ছামীয়ে কয় যে, ‘’বিশ্বকাপত মই দুৰ্দান্ত ফৰ্মত আছিলো। তাৰ পৰা অপাৰেচন টেবুললৈকে, মোৰ বাবে বৰ কঠিন আছিল।”

ছামীয়ে লগতে কয় যে ‘’প্ৰথম দুমাহ ধৰি মোৰ সন্দেহ আছিল যে আঘাতৰ পিছত মই পুনৰ খেলিব পাৰিম নে নাই। ক্ৰিকেটৰ পৰা ১৪ মাহৰ দূৰত্বই এজন ক্ৰিকেটাৰৰ পৰা সকলো কাঢ়ি নিব পাৰে।”

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতে ছামীয়ে এক অভিলেখ গঢ়ি তুলিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd