• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্লিণ্টনে কি কৰা উচিত আছিল? ইমান দিনৰ পাছত তেওঁৰ সৈতে যৌন সম্পৰ্কৰ বিষয়ে ক’লে মনিকা লিউইনস্কিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2025 9:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নব্বৈৰ দশকত বিশ্বক স্তম্ভিত কৰি তোলা ঘটনাটো আছিল বিশ্বৰ এক নম্বৰ শাসক, তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু তেতিয়াৰ হোৱাইট হাউছৰ ইন্টাৰ্ণ মনিকা লিউইনস্কিৰ বিবাহ বহিৰ্ভূত প্ৰেম। যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ চাঞ্চল্যৰ সৃষ্টি হয়। পিছলৈ সময়ৰ লগে লগে ক্ষমতা চক্ৰৰ পৰিৱৰ্তনত ক্লিণ্টনে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰি যায়।

ইমান দিনৰ পিছত ২০২৫ চনত মনিকাই এই ঘটনাৰ বিষয়ে মুকলিকৈ কৈছে । শেহতীয়াকৈ এটা প’ডকাষ্ট চেনেলত দিয়া এক সাক্ষাৎকাৰত মনিকা লিউইনস্কিয়ে কয় যে সেই সময়ত তেওঁ (ক্লিন্টনে)পদত্যাগ কৰিব লাগিছিল।

Apply Now

১৯৯৫ চনৰ কথা। সেই সময়ত বিল ক্লিণ্টন আছিল হোয়াইট হাউছৰ শাসনকৰ্তা, আমেৰকাৰ ৰাষ্ট্ৰপতি। ২৪ বছৰীয়া মনিকা লিউইনস্কিয়ে অ’ভাল অফিচত ইন্টাৰ্ণ হিচাপে যোগদান কৰিছিল। সেই সময়ত ক্লিণ্টনৰ বয়স আছিল ৪৯ বছৰ।

অসমান বয়সৰ পুৰুষ-মহিলা দুজনৰ মাজত প্ৰেমৰ ৰসায়ন গঢ় লৈ উঠক বা নুঠক, অসাধাৰণ ধুনীয়া মনিকাৰ প্ৰতি ক্লিন্টনৰ আকৰ্ষণ অৱশ্যেই আছিল। দুয়োৰে যৌন সম্পৰ্ক গঢ়িবলৈ বেছি সময় নালাগিল। সেয়া পোহৰলৈও আহিল। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ শাসকক জড়িত কৰা এনে যৌন কেলেংকাৰী নিমিষতে চৰ্চাৰ বিষয় হৈ পৰিল। ক্লিণ্টনৰ সংসাৰতোতো জোকাৰণিৰ সৃষ্টি হ’বলৈ ধৰে।

মাজে মাজে বিতৰ্ক আৰু আলোচনা কমি গ’লেও ক্লিণ্টনৰ বিষয়টো আহিলে ধুনীয়া মনিকাৰ কথা নোলোৱা মানুহ কমেইহে পোৱা যায়। সেয়ে, ৫১ বছৰীয়া মনিকাই ইমান দিনৰ পাছত এই কেলেংকাৰীৰ বিষয়ে মুকলিকৈ ক’লে। সেই সময়ৰ এই কেলেংকাৰীৰ কথা এলেক্স কুপাৰৰ প’ডকাষ্ট চেনেল ‘কল হাৰ ডেডী’ত মনিকা লিউইনস্কিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দেখা গ’ল।

মনিকাৰ ভাষাত ক’বলৈ গ’লে “সেই সময়ত তেওঁ পদত্যাগ কৰিব লাগিছিল। মই ভাবো যে সেই সময়ত ঘটা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সময়ত তেওঁ ক’ব লাগিছিল – এইবোৰ কাৰো মূৰ ঘমোৱাৰ বিষয় নহয়, নহ’লে তেওঁ চিধাই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব লাগিছিল। নহ’লে পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী কাৰ্যালয়ৰ এজন ইন্টাৰ্ণৰ বিষয়ে আলোচনাৰ কেন্দ্ৰৰ পৰা তেওঁক আঁতৰাই দিব লগা হ’লহেঁতেন। সেই সময়ত মই নিজৰ বিষয়ে বহুত কথা শুনিছিলো।”

তেওঁ লগতে দাবী কৰে যে, “আচলতে সেই সময়ত সকলোৱে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাত ব্যস্ত আছিল। আৰু ইয়াৰ প্ৰভাৱ বহু লোকৰ ওপৰত পৰে।”

লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা মনোবিজ্ঞানৰ স্নাতক মনিকা লিউইনস্কি পিছলৈ আমেৰিকাৰ এগৰাকী সমাজ কৰ্মীত পৰিণত হয়। পেছাত তেওঁৰ মোটামুটি ভাল সুনাম আছে। এতিয়া নিজৰ জীৱনৰ বিয়লিলৈ ঢাপলি মেলাৰ সময়ত মনিকাই তেওঁৰ প্ৰথম যৌবনৰ যৌন সম্পৰ্কক কেনে দৃষ্টিৰে চায়, ৫১ বছৰীয়া সমাজকৰ্মীগৰাকীয়ে সাক্ষাৎকাৰত প্ৰকাশ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd