DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাক্ষী হওঁক বিৰল মহাজাগতিক পৰিঘটনাৰ:আজি আৰু কাইলৈ আকাশত খালি চকুৰেই দেখিবলৈ পাব বৃহস্পতি আৰু শনি গ্ৰহক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 17, 2021 5:26 pm
464
VIEWS
Share on FacebookShare on Twitter

আজি অৰ্থাৎ শুকুৰবাৰ আৰু কাইলৈ অৰ্থাৎ শনিবাৰে আকাশত দেখিবলৈ পাব দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনা।

সম্পূৰ্ণ খালি চকুৰেই দেখা যাব এই বিৰল মহাজাগতিক ঘটনা।দৰাচলতে আজি অৰ্থাৎ শুকুৰবাৰে চন্দ্ৰৰ নিচেই কাষ চাপিব শনিগ্ৰহ।

সেইবাবে নিশাৰ আকাশত চন্দ্ৰৰ কাষতে সুন্দৰ ভাবে দেখিবলৈ পোৱা যাব শনি গ্ৰহক।

অৱশ্যে শনিগ্ৰহৰ উজ্জ্বলতা কিছু কম বাবে গ্ৰহটোক কিছু অনুজ্জ্বল ৰূপত চন্দ্ৰৰ কাষতে দেখা যাব।

আনহাতে কাইলৈ অৰ্থাৎ শনিবাৰে চন্দ্ৰৰ কাষ চাপিব বৃহস্পতি গ্ৰহ।কাইলৈ মাজনিশা সেয়ে চন্দ্ৰৰ কাষতে খালি চকুৰেই দেখা যাব বৃহস্পতি গ্ৰহক।

টেলিস্কোপ ব্যৱহাৰ কৰি চালে দুয়োটা গ্ৰহকে আৰু অধিক ধুনীয়াকৈ দেখা পোৱা যাব।

আজি আৰু কাইলৈ আকাশৰ উত্তৰ আৰু উত্তৰ-পূব দিশত চন্দ্ৰৰ কাষত ওৰে নিশা এই দুয়োটা গ্ৰহই দেখিবলৈ পোৱা যাব।

যদি আকাশ মেঘাচ্ছন্ন হৈ নাথাকে তেন্তে আপুনিও হ’ব পাৰিব এই বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী।

উল্লেখ্য শনি আৰু বৃহস্পতি গ্ৰহৰ এনে অৱস্থানক কনজাংছন বুলি কোৱা হয়।

বিগত বৰ্ষৰ ২১ ডিচেম্বৰতো প্ৰায় ৪০০ বছৰৰ মূৰত বৃহস্পতি আৰু শনি গ্ৰহ দুটাই ইটোৱে সিটোৰ কাষ চাপিছিল।

Recent News

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd