DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যত পুনৰ ৮৩ গৰাকী কোভিড১৯ আক্ৰান্ত ব্যক্তিক চিনাক্ত : আক্ৰান্তৰ সংখ্যা ২৭৭৬ লৈ বৃদ্ধি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 8, 2020 6:38 pm
EZ_Xd9oU4AEeQmb
448
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা৷ এই মুহূৰ্তত ৰাজ্যত ৮৩ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ৷

ইপিনে সমগ্ৰ ৰাজ্যত এতিযালৈ মুঠ ক’ৰ’না আক্ৰান্ত হৈছে ২৭৭৬ জন ব্যক্তি ৷

নগাঁও জিলাত ৩০ জন , কামৰূপ গ্ৰাম্য জিলাত ১০ জন , দৰং জিলাত ১০ জন , লক্ষীমপুৰ জিলাত ৬ জন, কাছাৰ জিলাত ৭ জন, বিশ্বনাথ জিলাত ২ জন, কামৰূপ মহানগৰ জিলাত ১ জন আৰু ধেমাজি জিলাত ১ জন আক্ৰান্ত হৈছে৷

আনহাতে কামৰূপ গ্ৰাম্য বা মহানগৰ জিলা বুলি উল্লেখ নকৰাকৈ কামৰূপ জিলাত ১৬ জন আক্ৰান্ত হোৱা বুলি টুইটাৰ যোগে জানিব দিয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

?Alert ~ 83 new #COVID19+ cases reported

30 Nagaon, 16 Kamrup, 10 Darrang, 10 Kamrup (R), 6 Lakhimpur, 7 Cachar, 2 Biswanath, 1 Kamrup (M), 1 Dhemaji

↗️Total cases 2776
↗️Recovered 665
↗️Active cases 2104
↗️Deaths 04

6:00 PM/ June 8/ Day’s total as of now 95#AssamCovidCount pic.twitter.com/UkP1hE6V3k

— Himanta Biswa Sarma (@himantabiswa) June 8, 2020

বৰ্তমানলৈকে ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৬৬৫ জনে৷

আনহাতে চিকিৎসাধীন হৈ আছে ২১০৪ জন আক্ৰান্ত৷

ৰাজ্যত যদিও ৫ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই পৰ্যন্ত ৪ জনৰ মৃত্যু হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে ৷

Tags: COVID-19

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd