• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না মহামাৰীয়ে ছয় মাহৰ ভিতৰত ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ ১২০ মিলিয়ন শিশুক দৰিদ্ৰতাৰ শাৰীলৈ লৈ যাব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 10:34 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

1.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীয়ে ছয় মাহৰ ভিতৰত দক্ষিণ এছিয়াৰ ১২০ মিলিয়ন শিশুক দৰিদ্ৰৰ শাৰীলৈ যাব বুলি য়ুনিচেফৰ এক তথ্যত প্ৰকাশ পাইছে।

য়ুনিচেফৰ এক প্ৰতিবেদনৰ তথ্যত ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশ সমূহত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দৰিদ্ৰতাৰ সংখ্যা পুনৰ বৃদ্ধি পাব বুলি উল্লেখ কৰা হয়।

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ২০১৬ চনলৈ দক্ষিণ এছিয়াৰ মুঠ ২৪০ মিলিয়ন শিশু বিভিন্ন প্ৰকাৰৰ দৰিদ্ৰতাৰ কৱলত পৰিছিল।

ক’ৰ’না মহামাৰীয়ে পূৰ্বৰ দৰিদ্ৰতাৰ সংখ্যা ৩৬০ মিলিয়নলৈ বৃদ্ধি কৰিব বুলি য়ুনিচেফে কয়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে।

দুদিন পূৰ্বে সমগ্ৰ বিশ্বত এদিনতে ১ লাখৰো অধিক লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰি বিশ্ব সংকটৰ সন্মুখিন হৈছে বুলি মত প্ৰকাশ কৰিছিল।

এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশক একগোট হৈ ক’ৰ’না প্ৰতিৰোধৰ বাবে ওলাই অহাৰ বাবেই আহ্বান জনায়।

”এয়া মহামাৰীৰ পৰা উদ্ধাৰ পোৱাৰ বাবে বিশ্ব একতাৰ সময়,” বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ গৰাকীয়ে এইদৰে মত ব্যক্ত কৰিছিল।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd