• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ এয়াৰ ষ্ট্ৰাইক; নিহত কমেও ৩০জন তালিবান বিদ্ৰোহী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2020 7:51 am

1 min read

WhatsApp Image 2020-09-20 at 7.21.40 AM

ফটো সৌজন্য: এনডিটিভি।

494
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক সংঘটিত চলোৱাৰ বাতৰি আহিছে। শনিবাৰে চলোৱা এই এয়াৰ ষ্ট্ৰাইকত ৩০জনতকৈয়ো অধিক তালিবান  বিদ্ৰোহী নিহত হোৱা বুলি কোৱা হৈছে।

আনহাতে, তালিবানৰ তৰফৰ পৰা জনোৱা হৈছে যে এই এয়াৰ ষ্ট্ৰাইকৰ ফলত মহিলা আৰু শিশুসহ প্ৰায় ২৩ জনতকৈয়ো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

ইপিনে, কাটাৰৰ ডোহাত আফগানিস্তান চৰকাৰ আৰু তালিবান বিদ্ৰোহীৰ মাজত শান্তি আলোচনা চলি আছে।

আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা টুইটত জানিবলৈ দিছে,’’শনিবাৰে পুৱা কুন্দুজ প্ৰদেশৰ খান আবাদ জিলাৰ তালিবানৰ ঘাটিসমূহত আফগান সেনাই আক্ৰমণ চলায়। এই আক্ৰমণত দুজন কমাণ্ডাৰৰ মৃত্যু হোৱা বুলি জানিব পপৰা গৈছে।‘’

তালিবান বিদ্ৰোহীয়ে তেওঁলোকৰ সহযোগীৰ মৃত্যুৰ খৱৰ অস্বীকাৰ কৰিছে আৰু এই আক্ৰমণত ২৩জন সাধাৰণ নাগৰিক নিহত হোৱা বুলিহে দাবী কৰে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে গোটেই ঘটনাৰ তথা তালিবানৰ দাবী সম্পৰ্কতো তদন্ত কৰাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰেও দেশখনৰ তিনিখন প্ৰদেশত গোটেই নিশা চলা সংঘৰ্ষৰ ফলত ৩১জন তালিবান বিদ্ৰোহী নিহত হয়।

সেই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰো ১৯জন লোক নিহত হোৱা বুলি কোৱা হৈছে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd