DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাদ্যত বিষক্ৰিয়া! নগাঁৱত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতে অসুস্থ অৰ্ধশতাধিক শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 9:05 am
food poisoning

প্ৰতিনিধিত্বমূলক ছবি

271
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নগাঁৱৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰাৰ পিছতেই বিদ্যালয় চৌহদত অসুস্থ হৈ পৰে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। নগাঁও জিলাৰ কামপুৰ চহৰৰ ৰাজগাঁও দক্ষিণ যোৰবাগান এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি খাদ্য গ্ৰহণ কৰাৰ ঠিক পিছতেই অসুস্থ হ’বলৈ ধৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। অসুস্থতাৰ লক্ষণ দেখা দিয়া সকলো শিক্ষাৰ্থীকে লগে লগে শিঙিমাৰী ৰাজ্যিক ঔষধৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে এই ঘটনাৰ পাছতে উত্তেজিত হৈ পৰে অসুস্থ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বৰ্ণালী পাঠকৰ বিৰুদ্ধে ক্ষুব্ধ অভিভাৱকসকলে দায়িত্বহীনতাৰ অভিযোগ উত্থাপন কৰে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত খেৰনী অঞ্চলতো এনে কাৰণতে মহিলা আৰু শিশুকে ধৰি ৫০ জনতকৈ অধিক লোক অসুস্থ হৈ পৰে।

জানিব পৰা মতে মনসা পূজাৰ প্ৰসাদ খাই এইসকল লোক অসুস্থ হৈ পৰিছে।

Recent News

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

আৰক্ষীৰ জালত বাইক চোৰৰ দল : AIUDF ৰ নেতা সহ গ্ৰেপ্তাৰ ৮ টাকৈ চোৰ

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd