• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০০ তকৈ অধিক লোকে যোগদান কৰাত গাত বল পালে AJP ৰ সমন্বয়ক জগদীশ ভূঞাই

গাত বল পায়েই বিজেপিক তুলাধুনা ভূঞাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 8:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইগৰাকীমান নেতা-কৰ্মীকে ধৰি অসম গণ পৰিষদ, বিজেপিৰ সদস্যই AJP ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে।

উজানবজাৰস্থিত কুমাৰ ভাস্কৰ বৰ্মণ নাট্যমন্দিৰত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্য্যসূচীত পাঁচ শতাধিক লোকৰ যোগদানে শক্তি বৃদ্ধি কৰিলে অসম জাতীয় পৰিষদৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাৰ।

Apply Now

গাত বল পায়েই বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ভূঞাই।

‘ৰাইজৰ মাজত আমি আছোৱেই। যোৱা চাৰে চাৰিটা বছৰত পৰিৱৰ্তনৰ নামত যিটো দেখিলো সেয়া হয়তো ৰাজ্য চৰকাৰৰ মুৰব্বীজনেও ক’ব নোৱাৰিব আচলতে পৰিৱৰ্তন কি হ’ল? জনসাধাৰণৰ মনৰ মাজত অভাৱ-অভিযোগ আৰু বেদনাসমূহ আছেই।‘ এইদৰে কয় ভূঞাই।

তাৎপয্যপূৰ্ণভাৱে, বিজেপিক ইমান ডাঙৰ শক্তি বুলি ভাবি লোৱা নাই বুলি উল্লেখ কৰি ভূঞাই কয় ‘বিজেপিৰ সাংগঠনিক শিপা মাটিৰ ইমান তললৈ নাই যে উভালি পেলাবলৈ অসুবিধা হ’ব।২০১৬ চনৰ পূৰ্বলৈকে যিটো দলৰ মাত্ৰ ৫ জন বিধায়ক আছিল সেই দলৰ শিপা ইমান তললৈ আছে বুলি কেনেকৈ ভাবি লৈছে নাজানো।‘

ইপিনে, বিজেপিৰ নিজৰ কামৰ বিৱৰণ দিবলৈ একেবাৰেই নাই বুলি দাবী কৰে ভূঞাই।

তেওঁ কয় ‘যেতিয়া নিজৰ কৰিবলগীয়া একো নাথাকে তেতিয়া আনৰ বিষয়সমূহ আধাৰ হিচাপে লয়। ৰাজ্য চৰকাৰৰ ৪ বছৰীয়া

ব্যৰ্থতা অদক্ষতা ঢাকিবৰ বাবে তেওঁলোকে আৰম্ভ কৰিলে মোগল, বাবৰ, ঔৰংগজেৱ ইত্যাদি বুৰঞ্জীৰ চৰিত্ৰসমূহ আনি আনি জনসাধাৰণক বিপথগামী কৰাৰ বাবে চেষ্টা কৰিছে।‘

‘নিৰ্বাচনটো দুটা মেৰুত হ’ব। এটা মেৰুত সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয় দলসমূহ আৰু আনটো মেৰুত আঞ্চলিক শক্তিসমূহ।‘ ভূঞাই এইদৰে কয়।

ইপিনে, অসম জাতীয় পৰিষদ লাচিত বৰফুকনৰ পদ্ধতিৰে আগবাঢ়িব বুলি উল্লেখ কৰে জগদীশ ভূঞাই।

তেওঁ আৰু কয় ‘অসমৰ ৰাইজ হাইকামাণ্ড হ’ব অসম জাতীয় পৰিষদৰ।নেতাকেন্দ্ৰিক নহয় সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd