• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘নোটা’ ভোটৰ বাবে বিজেপিয়ে হেৰুৱালে নেকি নগাঁও! ; সমগ্ৰ ৰাজ্যত ১,৭৭,৯০১ টা নোটা ভোট  

মোডী ঢৌৰ সময়ত ইতিমধ্যে দখলত থকা আসন হেৰুৱাব লগা হোৱাতো বিজেপিৰ বাবে অশুভ সময়ৰ আগজাননী নেকি!

ভাস্কৰ কলিতা by ভাস্কৰ কলিতা
May 24, 2019 3:13 pm
rupak

ৰূপক শৰ্মা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ মে’ত ঘোষণা কৰা হ’ল দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল। লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নেতৃত্বত বৃহৎ সফলতা লাভ কৰি দ্বিতীয় বাৰৰ বাবে দিল্লীৰ শাসনৰ বাঘজৰী হাতত লয়।

ভাৰতৰ লগতে অসমতো ১৪ টা সমষ্টিৰ ভিতৰত ৯ টা বিজেপিয়ে, ৩ টা কংগ্ৰেছে আৰু এটাকৈ সমষ্টি ক্ৰমে এ আই য়ু ডি এফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হয়।

Apply Now

উল্লেখনীয় কথাটো হ’ল চলিত নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিত মুঠ ১,৭৭,৯০১ জন ভোটাৰে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী অথবা নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন নেদেখুৱাই নোটা (None of Above)ত ভোট দান কৰে।

নোটাৰ বৰ্দ্ধিত সংখ্যাই অসমৰ জনসাধাৰণৰ ক্ৰমে ৰাজনৈতিক দলসমূহৰ প্ৰতি বাঢ়ি অহা অনিহাক প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কো এটা কাৰণ যাৰ বাবে বিজেপিৰ পৰিবৰ্তে কোনো ৰাজনৈতিক বিকল্প বিচাৰি নাপায় অসমৰ এটা বৃহৎ শ্ৰেণীৰ শিক্ষিত জনসাধাৰণে নোটাৰ আশ্ৰয় ল’ব লগা হ’ল।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিভিন্ন সমষ্টিত নোটাৰ সংখ্যা এনেধৰণৰ-

[table id=1 /]

নোটাৰ পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় ডিব্ৰুগড়ত সৰ্বাধিক ২১,২৮৮ টা আৰু ধুবুৰীত সৰ্বনিম্ন ১৯৭৮ টা ভোট নোটাত পৰিছে। কৰিমগঞ্জত ৬,৫৫৫ টা ভোট নোটাত পৰিছে।

দুয়োটা সমষ্টিৰ জনগাঠনি মন কৰিলে দেখা যায় ডিব্ৰুগড়ৰ ভোটাৰ সকল হয়তো মূলত অসমীয়া ভাষী আৰু জনজাতি অথবা জনগোষ্ঠীয় আনহাতে কৰিমগঞ্জৰ ভোটাৰসকল মূলত বাংলা ভাষী। সেইফালৰ পৰা লক্ষ্যকৰিলে এটা কথা স্পষ্ট যে ব্ৰহ্মপুত্ৰত বহুতো নাগৰিকত্ব বিৰোধী ভোট বিজেপিৰ পৰিবৰ্তে নোটাত পৰিছে কিন্তু বৰাক উপত্যকাত বিধেয়ক বিৰোধী ভোটৰ সংখ্যা কম।

আনহাতে, বেছিভাগ সমষ্টিত প্ৰাৰ্থীসকল জয়ী হোৱাৰ ক্ষেত্ৰত নোটাৰ ভোটে বিশেষ প্ৰভাৱ পেলোৱা নাই যদিও নগাঁও সমষ্টিৰ ৰূপক শৰ্মা আৰু প্ৰদ্যুত বৰদলৈৰ কঠিন যুজখনত নোটাই বহু পৰিমানে প্ৰভাৱ পেলোৱা যেন অনুমান হয়, য’ত ৰূপক শৰ্মা মাত্ৰ ১৬,৭৫২ টা ভোটত পৰাস্ত হয়। ইয়াৰ সৈতে বিজেপিৰ বিধেয়ক সম্পৰ্কে থকা স্থিতিৰ বাবে বহু খিলঞ্জীয়া নাগৰিকে ৰাজনৈতিক বিকল্প হেৰুৱাই ভোটদান কৰাৰ পৰা বিৰত থাকে। সেই সংখ্যা হিচাপ কৰিব গ’লে লাখৰ ঘৰ চুব।

সকলো দিশ চালি জাৰি চালে এটা কথা স্পষ্ট যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে লৈ থকা স্থিতিৰ বাবে নগাঁও আসনখন হেৰুৱাব লগা হ’ল যাৰ ফলত লাভবান হ’ল কংগ্ৰেছ দল। মোডী ঢৌৰ সময়ত বিজেপিৰ দখলত থকা আসন হেৰুৱাব লগা হোৱাতো অসম বিজেপিৰ বাবে হয়তো অশুভ সময়ৰ আগজাননী।

ভাস্কৰ কলিতা

ভাস্কৰ কলিতা

Stay Connected

  • 117k Fans

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd