• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দহজনৰো অধিক সংখ্যালঘু নেতাৰ কংগ্ৰেছৰ পৰা সমূহীয়া পদত্যাগ

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
February 15, 2020 8:09 am
index7

ফটো: নৰ্থইষ্ট নাও

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ অক্ষত দুৰ্গ ৰূপে পৰিচিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত শুকুৰবাৰে তেৰ জনকৈ সংখ্যালঘু নেতাই কংগ্ৰেছ দল ত্যাগ কৰাত কংগ্ৰেছী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লাওখোৱা ব্লক কংগ্ৰেছৰ অধীনস্থ ভূৰবন্ধাৰ এই কংগ্ৰেছী নেতা কেইজনে স্বাক্ষৰ কৰি লাওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিংহৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে।

Apply Now

চামগুৰি সমষ্টিৰ ভূৰবন্ধাত শুকুৰবাৰে কংগ্ৰেছ দলৰ বহু কেইজন স্থানীয় নেতা-কৰ্মীয়ে এনেদৰে সমূহীয়া ভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাত চামগুৰি কংগ্ৰেছত এক বৃহৎ গড়াখহনীয়াৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, চামগুৰি সমষ্টিৰ শীৰ্ষ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি  ভূৰবন্ধা মণ্ডল কংগ্ৰেছ(ই) কমিটিৰ ক্ৰমে ৭ নং বগামুখৰ উপ সভাপতি আমিনুল হক খান, সাধাৰণ সম্পাদক ছাইফ উদ্দিন আহমেদ,কাৰ্য্যকৰী সদস্য নুৰুল আমিন, ৪ নং বগামুখৰ সাধাৰণ সম্পাদক নুৰ ইছলাম,৬ নং বগামুখৰ উপ সভাপতি হাছেন আলী,৫ নং বগামুখৰ সাধাৰণ সম্পাদক আবুজাৰ হুছেইন,৩ নং বগামুখৰ ভূৰবন্ধা মণ্ডল যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুল কাদিৰ প্ৰমুখ্যে তেৰজনকৈ স্থানীয় নেতা-কৰ্মীয়ে ব্যক্তিগত অসুবিধাৰ দোহাই দি সমূহীয়া ভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ৷

চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি জগদীশ সিংহৰ বাসগৃহত উক্ত দল ত্যাগী সদস্য সকল উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰাৰ লগতে ভূৰবন্ধা মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীলৈকো উক্ত পদত্যাগ পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷

বিশেষ সূত্ৰে জানিব পৰা মতে, চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিশ্বাস ভাজন তথা নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক মজিবুৰ ৰহমান নামৰ লোকজনৰ মইমতালি আৰু সাংগঠনিক গুৰুত্বহীনতাৰ বাবেই বিগত ২০১৬ চনৰ পৰাই কংগ্ৰেছ দলৰ মজিয়াত এক মতানৈক্যৰ সৃষ্টি হৈ আহিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে এই সংখ্যালঘু নেতা কেইজনে দলত্যাগ কৰে বুলি সন্দেহ কৰা হৈছে। নিৰ্বাচনৰ সময়ত পূৰ্বতে দল বাগৰা ৰাজনীতি চলি আহিছে যদিও এইবাৰ সংখ্যালঘু নেতাই এনেদৰে পদত্যাগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd