• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে : বিধায়ক ভাস্কৰ শৰ্মা

মাৰ্ঘেৰিটাত তিনিশতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , March 27, 2019 7:35 pm

1 min read

ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে : বিধায়ক ভাস্কৰ শৰ্মা
756
VIEWS
Share on FacebookShare on Twitter

‘ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে৷খিলঞ্জীয়া ৰাইজে বৰদলৈক মাৰ্ঘেৰিটাৰ পৰা বিদায় দিলে।’ এই কটাক্ষ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ।

লোকসভা নিৰ্বাচনক লৈ মাৰ্ঘেৰিটা সমষ্টিত ৰণকৌশল প্ৰস্ততৰ উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি বিধায়ক ভাস্কৰ শৰ্মাই এইদৰে তীৰ্ষক মন্তব্যৰে কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে মাৰ্ঘেৰিটা সম্প্ৰতি কংগ্ৰেছ অভিভাৱক শূন্য হ’ল।

নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় নিশ্চিত বুলি মন্তব্য কৰি বিধায়ক ভাস্কৰ শৰ্মাই অসম বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলিও উল্লেখ কৰে৷

আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত বিজেপিৰ সভাত আজি তিনিশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা কাৰ্যই নিশ্চিত ভাৱে চিন্তিত কৰি তুলিছে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত৷

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd