• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজকে যোগ্য সজাই হাইকামাণ্ডলৈ পত্ৰ লিখিলে ৰূপজ্যোতি কুৰ্মীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 22, 2021 2:48 pm
169707-kurmiii
503
VIEWS
Share on FacebookShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোক লৈ বিভিন্ন সময়ত নেতৃত্বকেন্দ্ৰিক সংঘাত বা খোৱা-কামোৰা নতুন কথা নহয়।

এইবাৰ আকৌ মৰিয়নী সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজকে যোগ্য বুলি দাবী কৰিলে। এই সন্দৰ্ভত কংগ্ৰেছৰ হাই কামাণ্ডলৈ ইতিমধ্যে তেওঁ পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

কালি বিধানসভাৰ প্ৰথম দিনা অধিৱেশন চলি থকাৰ সময়তে কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ময়েই উপযুক্ত। এই সন্দৰ্ভত হাইকামাণ্ডলৈ পত্ৰ লিখিছো। যিহেতু মই চাৰিবাৰকৈ জয়ী হৈ মৰিয়নী সমষ্টিৰ বিধায়ক হৈ আছো তথা চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰো সেয়েহে AICCৰ নেতৃত্বক সভাপতি হিচাপে নিযুক্তি দিবলৈ আহ্বান জনাইছো। এতিয়া সভাপতিৰ পদটো খালী হৈ আছে।‘

ৰূপজ্যোতি কুৰ্মীৰ দৃঢ় বিশ্বাস যিহেতু এই পদটো খালী হৈ আছে গতিকে তেওঁক উপযুক্ত ভাবি জ্যেষ্ঠ নেতৃত্বই নিযুক্তি দিব। তেওঁ লগতে কয় ‘অভিজ্ঞতাৰ ফালৰ পৰা আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা হিচাপে মোক যোগ্য বুলি বিবেচিত কৰিব।‘

ইপিনে, কংগ্ৰেছ বিধায়িনী দলৰ সচিবৰ পদটোত তেওঁক নিযুক্তি দিছিল যদিও তাৰ পৰা পদত্যাগ কৰে ৰূপজ্যোতি কুৰ্মীয়ে। এই পদটো নৱ নিৰ্বাচিত কংগ্ৰেছৰ যুৱ তথা মহিলা যিকোনো এগৰাকী বিধায়কক প্ৰদান কৰিব লাগে বুলিও প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বলৈ কুৰ্মীয়ে আহ্বান জনায় কুৰ্মীয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd