• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক শিলচাং খলা দেওৰজাৰ ৰাজদৰবাৰত মৰিগাঁও জিলাৰ তিনি সত্ৰীয়া কলা-সংস্কৃতিৰ সাধকক ‘সদৌ অসম সত্ৰ মহাসভা’ৰ সম্বৰ্দ্ধনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2025 7:51 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে আজি মৰিগাঁও জিলাৰ তিনিজন সত্ৰীয়া কলা-সংস্কৃতিৰ সাধকক অসমৰ ১২০০ সত্ৰ আৰু ৪০০০ নামঘৰৰ উমৈহতীয়া সংগঠন “সদৌ অসম সত্ৰ মহাসভা”ই সম্বৰ্দ্ধনা জনায়। “সদৌ অসম সত্ৰ মহাসভা”ৰ সভাপতি মৰিগাঁও জিলাৰ শ্ৰীশ্ৰী লাইআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক, নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীৰ নেতৃত্বত যোৱা “সদৌ অসম সত্ৰমহাসভা”ৰ এটি প্ৰতিনিধি দলে সত্ৰীয়া কলা-সংস্কৃতিৰ সাধক ক্ৰমে মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ শ্ৰীশ্ৰী দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ দেৱ মহন্ত, মায়ঙৰ শ্ৰীশ্ৰী শিলডুবি সত্ৰৰ সত্ৰাধিকাৰ ক্ষীৰোদ গোস্বামী, আৰু আঁহতগুৰিৰ শ্ৰীশ্ৰী ডিফলু সত্ৰৰ সত্ৰাধিকাৰ বিশ্বজিৎ গোস্বামীৰ লগতে ঐতিহাসিক শিলচাঙৰ খলা দেওৰজা প্ৰবীণ দেওৰজাক আজি ঐতিহাসিক শিলচাং খলা দেওৰজাৰ ৰাজদৰবাৰত এখন মানপত্ৰ, চেলেং চাদৰ, এটা স্মাৰক আৰু ফুলাম জাপিৰে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি আটাইকেইগৰাকী সংস্কৃতিৰ সাধকে জন্মলগ্নৰে পৰা ‘সদৌ অসম সত্ৰ মহাসভা’ই সত্ৰীয়া কলা-সংস্কৃতিৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়কে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া কলা-সংস্কৃতি তথা গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিষয় হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে অংকীয়া ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য আদি পৰিবেশন কৰাৰ মাজেৰে সদৌ অসম সত্ৰ মহাসভাক সমগ্ৰ ভাৰতবৰ্ষত জিলিকাই তুলিবলৈ সক্ষম হোৱাৰ বাবে “সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীকে প্ৰমূখ্য কৰি সংগঠনটোৰ বিষয়ববীয়া তথা সদস্য সকলৰ শলাগ লয় আৰু অসমৰ চুকে কোণে সংগঠনটোৰ সাংগঠনিক প্ৰসাৰতা কামনা কৰে। “সদৌ অসম সত্ৰ মহাসভা”ৰ প্ৰতিনিধি দলটোত অসমৰ বিভিন্ন জিলাৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু ‘সদৌ অসম সন্মিলিত যুৱতীৰ্থ’ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd