• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটত ‘ওপৰৰ মাল’ মন্ত্ৰী পীযুষ হাজৰিকা! : আৰক্ষীয়ে জব্দ কৰিলে মন্ত্ৰী হাজৰিকাৰ ফোন

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফোনটো প্ৰেৰণ কৰা হ'ব ফৰেনছিক বিভাগৰ লেবৰেটৰীলৈ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 3, 2021 12:22 pm
Pijush-Hazarika-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিকক ফোন যোগেৰে ভাবুকি দি সংকটত পৰিছে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা।

দুটা বৈদ্যুতিন সংবাদ মাধ্যমৰ দুই সাংবাদিকক ফোন যোগেৰে চৰম ভাবুকি দিয়া মন্ত্ৰীগৰাকীৰ অডিঅ’ ক্লীপ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠিছে।

প্ৰাণৰ আশংকাত পৰা দুই সাংবাদিকে ইতিমধ্যে জাগীৰোড আৰক্ষী থানাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পিছতে শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই ভাবুকি দিয়া ফোনটো মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিছে।

মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা ফোনটো কণ্ঠস্বৰ পৰীক্ষাৰ বাবে ফৰেনছিক বিভাগৰ লেবৰেটৰীলৈ প্ৰেৰণ কৰিব জনাইছে।

উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ ‘কা’ সম্পৰ্কিত এটা বিতৰ্কিত ভিডিঅ’ ক্লীপৰ বাতৰিৰ সংক্ৰান্তত মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ নজৰুল ইছলাম আৰু জাগীৰোডৰ তুলসী মান্তা নামৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ দুগৰাকী সাংবাদিকক ফোন যোগেৰে চৰম ভাবুকি প্ৰদান কৰিছিল।

উক্ত অডিঅ’ ক্লীপটোত মন্ত্ৰীগৰাকীয়ে বহু আপত্তিজনক মন্তব্য কৰাও পৰিলক্ষিত হৈছে। আনকি প্ৰাণে মৰাৰ ভাবুকি(No Where) প্ৰদানৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা মন্তব্যও কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই।

ইফালে এই ভাবুকি প্ৰদানৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্য সৰ্বস্তৰতে প্ৰতিবাদৰ ঢৌ উঠাৰ লগতে সামাজিক মাধ্যমত ভীষণভাৱে ট্ৰলৰ সন্মুখীন হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে তেওঁৰ অভিনেত্ৰী পত্নী আইমী বৰুৱা।

সামাজিক মাধ্যমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

ইফালে এই অডিঅ’ ক্লীপ ভাইৰেল হোৱাৰ পিছতে মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই ভাবুকি লাভ কৰা এগৰাকী সাংবাদিক নজৰুল ইছলামক সুৰক্ষাৰ বাবে এগৰাকী নিৰপত্তাৰক্ষী প্ৰদান কৰিছে।

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd