• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা প্ৰশাসনৰ ‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 31, 2021 2:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ একক পদক্ষেপ ‘মৰম’ প্ৰকল্পৰ আজি বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত শুভাৰম্ভনি কৰা হয় ৷

উল্লেখ্য যে৷কিছুমান লোকে এজোৰ নতুন কাপোৰ কিনিব নোৱাৰি কাপোৰৰ অভাৱত থাকে, আন কোনোবাই নিজৰ ল’ৰা-ছোৱালীকো এজোৰ নতুন কাপোৰ দিব নোৱাৰে।

Apply Now

সেয়ে সেইসকল লোকৰ হাতত পাৰিলে এজোৰ নতুন কাপোৰ তুলি দিয়াৰ উদ্দেশ্যে বা নতুন কাপোৰ দিব নোৱাৰিলেও নিজৰ ব্যৱহাৰ কৰা কাপোৰ এজোৰ ভালদৰে ধুই-পখালি, ইষ্ট্ৰি কৰি ভালদৰে পেকেটত ভৰাই দিয়াৰ উদ্দেশ্যে আজিৰ এই ‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয়।

যিসকল লোকে দিব বিচাৰে তেওঁলোকে ব্যৱহাৰযোগ্য কাপোৰ,পুতলা,কিতাপ আদি চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত জমা দিব পাৰিব ৷

এই সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কয় যে ‘মৰম’ প্ৰকল্পৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল লোকৰ প্ৰতি মৰম প্ৰদৰ্শন কৰাটোৱে ইয়াৰ উদ্দেশ্য।

এয়া বঙাইগাঁও জিলা প্ৰশাসনৰ মানৱীয়তা। হয়তো এই প্ৰকল্পৰ জৰিয়তে আন দহজন লোক আগবাঢ়ি আহিব সহায় কৰিবলৈ। শুভাৰম্ভণিৰ দিনটোতে জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই নিজৰ ফালৰ পৰা কাপোৰৰ টোপোলা এটি আগবঢ়ায় ‘মৰম’ প্ৰকল্পলৈ।

ইয়াৰ উপৰি বঙাইগাঁও হিন্দু মিলন মন্দিৰ, মাৰোৱাৰী যুৱ মঞ্চ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও গোট, হিমাঞ্জন চৌধুৰী,ৰবিন সৰকাৰ,এইচ ডি এফ চি বেংক, মনোজ কুমাৰ ৰায়, বীৰেন্দ্ৰ ৰায় আদি ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা নতুন-পুৰণি কাপোৰৰ টোপোলা জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে।

উপায়ুক্তগৰাকীয়ে ‘মৰম’ প্ৰকল্পৰ বাবে এটি ফোন নম্বৰো মুকলি কৰে। কোনো সদাশয় লোকে ‘মৰম’ প্ৰকল্পলৈ কাপোৰ, পুতলা,কিতাপ আদি আগবঢ়াব বিচাৰিলে ৭০৮৬৭৯৩৫০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, পংকজ চমুৱা, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস আদিকৰি ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ, সাংবাদিক প্ৰশান্ত ৰায় আদিকে কৰি কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

তেওঁলোকে নিজৰ বক্তব্যত জিলা প্ৰশাসনৰ এই পদক্ষেপক প্ৰশংসা কৰে।সেইদৰে সমগ্ৰ শিক্ষা ,বঙাইগাঁও, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছন আদি বিভাগসমূহে অনুষ্ঠানত সহযোগিতা আগবঢ়ায়।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd