• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেম বিবাহৰ স্থায়িত্ব সঁচাই ক’ম নেকি? কি ক’লে উচ্চতম ন্যায়ালয়ে?

by
May 17, 2023 7:07 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত প্ৰেমৰ বিবাহৰ স্থায়িত্ব ক’ম! অৰ্থাৎ বিবাহ বিচ্ছেদৰ বেছিভাগ ঘটনা প্ৰেম বিবাহ কৰাসকলৰ মাজতে ঘটে। বুধবাৰে বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এনে এক মন্তব্য কৰে।

ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে এক দম্পতীৰ বিবাহ বিচ্ছেদ গোচৰত মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু সেই গোচৰৰ এটা পক্ষই এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাছিল।

ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে ১ মে’ৰ ৰায়ৰ কথা উল্লেখ কৰে। ৰায়টোত কোৱা হৈছে যে যদি কোনো ধৰণৰ বৈবাহিক সম্পৰ্ক সুস্থিৰ কৰিব নোৱাৰি তেন্তে আদালতে বিবাহ বিচ্ছেদ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ বাবে বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

Apply Now

বুধবাৰে এই গোচৰৰ শুনানিত ২ জনীয়া বিচাৰপীঠে অধিবক্তাজনৰ পৰা জানিব বিচাৰিছিল যে বিবাদী দম্পতীহালে প্ৰেম বিবাহ কৰাইছিল নেকি! বিবাদী অধিবক্তজনে জনাই যে দম্পতিহালে প্ৰেম বিবাহেই কৰাইছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে এইদৰে মন্তব্য কৰে।

যোৱা ১ মে’ত দিয়া ৰায়দানত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, এ এছ ওকা, বিক্ৰম নাথ আৰু জে কে মহেশ্বৰীৰে গঠিত পাঁচজনীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে ভগ্ন বৈবাহিক সম্পৰ্কক যদি অন্য কোনো ধৰণে সুস্থিৰ কৰিব নোৱাৰি তেন্তে সংবিধানৰ ১৪২ অনুচ্ছেদৰ অধীনত তেনে দম্পতিয়ে ক্ষীপ্ৰতাৰে বিবাহ বিচ্ছেদ কৰিব পাৰিব। বিচাৰপীঠে এই বিশেষ পৰিস্থিতিক এটা শব্দত ‘অপূৰণীয় বৈবাহিক সম্পৰ্ক’ বুলি অভিহিত কৰিছে। বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ দায়িত্ব কোনে ল’ব, সম্পত্তিৰ অংশ কোনে পাব, বিবাহ বিচ্ছেদৰ গোচৰটো সোনকালে নিষ্পত্তি কৰিব লাগে নে নাই সেইটো আদালতে সিদ্ধান্ত ল’ব।

ইয়াৰ পূৰ্বে হিন্দু বিবাহ আইনৰ ১৩ বি ধাৰাৰ মতে যদি কোনো দম্পতিয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে তেন্তে সেই বিবাহ বিচ্ছদ ৬ মাহৰ পাছতহে সম্পন্ন কৰিব পাৰি। পাৰস্পৰিক সন্মতিৰ ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিলেও এই সময়সীমা বাধ্যতামূলকভাৱে মানি চলিবলগীয়া হৈছিল। সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি কোনো বিচাৰাধীন বিষয়ৰ ‘সম্পূৰ্ণ আইনী নিষ্পত্তি’ৰ বাবে উচ্চতম ন্যায়ালয়ে নিজৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি নিৰ্দেশনা জাৰি কৰিব পাৰে বা ৰায়দান কৰিব পাৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd