• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন উপভোক্তা অধিকাৰ আইনে উপকৃত কৰিব আপোনাক, কি আছে আইনখনত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 1:47 pm
consumer_283678712
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ গ্ৰাহক সকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক সুৰক্ষা বিধেয়ক খন সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বলৱৎ কৰিছে। এই বিধেয়ক খনে গ্ৰাহকক সুৰক্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

গ্ৰাহক সুৰক্ষা আইন ২০১৯ এ ১৯৮৬ চনৰ আইনখন বিলোপ কৰি গ্ৰাহকক অধিক শক্তিশালী কৰি তুলিব। নতুন আইনখন অনুসৰি গ্ৰাহকে কেতবোৰ বিশেষ অধিকাৰ ভোগ কৰিব।

উপভোক্তাই যিকোনো উপভোক্তা আদালতত গোচৰ তৰিব পাৰিব আৰু পূৰ্বৰ আইনখনত এনেধৰণৰ সুযোগ  নাছিল।

গ্ৰাহক সুৰক্ষা আইন ২০১৯  বলবৎ হোৱাৰ ফলত এতিয়া অনলাইন ব্যৱসায়ত উপভোক্তাসকলক উপেক্ষা কৰা কোম্পানীবোৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এই আইনে বিভ্ৰান্তিমূলক বিজ্ঞাপন সন্দৰ্ভত হ’ব ব্যৱস্থা গ্ৰহণৰ বাট মোকোলাই দিছে।

নতুন আইনৰ অধীনত উপভোক্তা আদালতৰ লগতে এক কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণো গঠন কৰা হৈছে।

যিকোনো উপভোক্তাই  সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বেও সেই সামগ্ৰীৰ মানক লৈ চিচিপিএত অভিযোগ দাখিল কৰিব পাৰিব।

এই আইনৰ অধীনত বিভ্ৰান্তিমূলক বিজ্ঞাপনত অংশ লোৱাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ সুবিধা আছে।

উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ২০১৯ বলৱৎ হোৱাৰ পিছত যিকোনো উপভোক্তাই আদালতত অতি সহজে গোচৰ তৰিব পৰা যাব।

পূৰ্বৰ উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ১৯৮৬ত এই সুবিধা নাছিল। ইয়াক উদাহৰণ হিচাপে আপুনি এনেকৈ বুজিব পাৰে।

আগতে গ্ৰাহকে য’ত সামগ্ৰী ক্ৰয় কৰিছিল তাতেই অভিযোগ দাখিল কৰিব লাগিছিল যদিও এতিয়াৰে পৰা দেশৰ যিকোনো স্থানতে অভিযোগ কৰিব পৰা যাব।
উপভোক্তা সুৰক্ষা আইন, ২০১৯ৰ কেইটামান বিশেষ দিশ—
কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণ স্থাপন। এই বিভ্ৰান্তিমূলক বিজ্ঞাপনদাতাক ২বছৰৰ পৰা ৫বছৰ পৰ্যন্ত জে’লৰ লগতে ৫০লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব।
উপভোক্তা বিবাদ নিবাৰণ আয়োগ জীৱনৰ কাৰণে বিপজ্জনক আৰু ত্ৰুটিপূৰ্ণ বস্তু আৰু সেৱাৰ বিক্ৰী কৰাৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিব ।

গ্ৰাহকে জনস্বাৰ্থ জৰিত আৱেদন কনজিউমাৰ ফ’ৰামত দাখিল কৰিব পাৰিব। পূৰ্বৰ আইনত এই ব্যৱস্থা নাছিল।
নতুন আইনখনে অনলাইন আৰু টেলিশ্বপিং কোম্পানীক প্ৰথমবাৰলৈ সামৰি লৈছে।

সামগ্ৰীৰ ভেজালকৰণ কৰা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ।

কনজিউমাৰ ফ’ৰামত এক কোটি টকা পৰ্যন্ত ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিব পাৰিব।

ৰাজ্যিক কনজিউমাৰ ৰিড্ৰেচেল কমিচনত এক কোটিৰ পৰা দহ কোটি টকা ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিব পাৰিব।
নেচনেল কনজিউমাৰ ডিচপুট ৰিড্ৰেচেল কমিচনত দহ কোটিৰ ওপৰৰ গোচৰৰ শুনানি হ’ব।

চিনেমা হ’লত খোৱা–বোৱা বস্তুৰ বেছি দাম ল’ব নোৱাৰিব আদি।

কেৰি বেগৰ কাৰণে  কোনো বিপনীয়ে গ্রাহকৰ পৰা ধন লোৱা বে–আইনী বিবেচিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd