• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন উপভোক্তা অধিকাৰ আইনে উপকৃত কৰিব আপোনাক, কি আছে আইনখনত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 1:47 pm
consumer_283678712
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে দেশৰ গ্ৰাহক সকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক সুৰক্ষা বিধেয়ক খন সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বলৱৎ কৰিছে। এই বিধেয়ক খনে গ্ৰাহকক সুৰক্ষিত কৰিব পাৰিব বুলি আশা কৰা হৈছে।

গ্ৰাহক সুৰক্ষা আইন ২০১৯ এ ১৯৮৬ চনৰ আইনখন বিলোপ কৰি গ্ৰাহকক অধিক শক্তিশালী কৰি তুলিব। নতুন আইনখন অনুসৰি গ্ৰাহকে কেতবোৰ বিশেষ অধিকাৰ ভোগ কৰিব।

Apply Now

উপভোক্তাই যিকোনো উপভোক্তা আদালতত গোচৰ তৰিব পাৰিব আৰু পূৰ্বৰ আইনখনত এনেধৰণৰ সুযোগ  নাছিল।

গ্ৰাহক সুৰক্ষা আইন ২০১৯  বলবৎ হোৱাৰ ফলত এতিয়া অনলাইন ব্যৱসায়ত উপভোক্তাসকলক উপেক্ষা কৰা কোম্পানীবোৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এই আইনে বিভ্ৰান্তিমূলক বিজ্ঞাপন সন্দৰ্ভত হ’ব ব্যৱস্থা গ্ৰহণৰ বাট মোকোলাই দিছে।

নতুন আইনৰ অধীনত উপভোক্তা আদালতৰ লগতে এক কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণো গঠন কৰা হৈছে।

যিকোনো উপভোক্তাই  সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বেও সেই সামগ্ৰীৰ মানক লৈ চিচিপিএত অভিযোগ দাখিল কৰিব পাৰিব।

এই আইনৰ অধীনত বিভ্ৰান্তিমূলক বিজ্ঞাপনত অংশ লোৱাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ সুবিধা আছে।

উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ২০১৯ বলৱৎ হোৱাৰ পিছত যিকোনো উপভোক্তাই আদালতত অতি সহজে গোচৰ তৰিব পৰা যাব।

পূৰ্বৰ উপভোক্তা অধিকাৰ সুৰক্ষা অধিনিয়ম ১৯৮৬ত এই সুবিধা নাছিল। ইয়াক উদাহৰণ হিচাপে আপুনি এনেকৈ বুজিব পাৰে।

আগতে গ্ৰাহকে য’ত সামগ্ৰী ক্ৰয় কৰিছিল তাতেই অভিযোগ দাখিল কৰিব লাগিছিল যদিও এতিয়াৰে পৰা দেশৰ যিকোনো স্থানতে অভিযোগ কৰিব পৰা যাব।
উপভোক্তা সুৰক্ষা আইন, ২০১৯ৰ কেইটামান বিশেষ দিশ—
কেন্দ্ৰীয় উপভোক্তা সংৰক্ষণ প্ৰাধিকৰণ স্থাপন। এই বিভ্ৰান্তিমূলক বিজ্ঞাপনদাতাক ২বছৰৰ পৰা ৫বছৰ পৰ্যন্ত জে’লৰ লগতে ৫০লাখ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব।
উপভোক্তা বিবাদ নিবাৰণ আয়োগ জীৱনৰ কাৰণে বিপজ্জনক আৰু ত্ৰুটিপূৰ্ণ বস্তু আৰু সেৱাৰ বিক্ৰী কৰাৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিব ।

গ্ৰাহকে জনস্বাৰ্থ জৰিত আৱেদন কনজিউমাৰ ফ’ৰামত দাখিল কৰিব পাৰিব। পূৰ্বৰ আইনত এই ব্যৱস্থা নাছিল।
নতুন আইনখনে অনলাইন আৰু টেলিশ্বপিং কোম্পানীক প্ৰথমবাৰলৈ সামৰি লৈছে।

সামগ্ৰীৰ ভেজালকৰণ কৰা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ।

কনজিউমাৰ ফ’ৰামত এক কোটি টকা পৰ্যন্ত ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিব পাৰিব।

ৰাজ্যিক কনজিউমাৰ ৰিড্ৰেচেল কমিচনত এক কোটিৰ পৰা দহ কোটি টকা ক্ষতিপূৰণ বিচাৰি গোচৰ তৰিব পাৰিব।
নেচনেল কনজিউমাৰ ডিচপুট ৰিড্ৰেচেল কমিচনত দহ কোটিৰ ওপৰৰ গোচৰৰ শুনানি হ’ব।

চিনেমা হ’লত খোৱা–বোৱা বস্তুৰ বেছি দাম ল’ব নোৱাৰিব আদি।

কেৰি বেগৰ কাৰণে  কোনো বিপনীয়ে গ্রাহকৰ পৰা ধন লোৱা বে–আইনী বিবেচিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd