• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰত সংঘটিত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত অসমৰ দুই মাতৃ-কন্যাৰ মৃত্যু

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2023 3:18 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল লাইনচ্যুত হৈ সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত অসমৰ পৰা অহা দুই মাতৃ-কন্যা নিহত হৈছে।

বিহাৰ ৰঘুনাথপুৰত সংঘটিত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা অসমৰ এই মাতৃ-কন্যাক উষা ভাণ্ডাৰী (৩৩) আৰু তেওঁৰ কন্যা আকৃতি (৮) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোক অসমৰ তিনিচুকীয়া জিলাৰ মদিয়াৰ পৰা আহিছিল।

বিহাৰৰ বাক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত বুধবাৰে (১১ অক্টোবৰ) নিশা প্ৰায় ০৯:৩৫ বজাত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’লখন ৰে’ল পথৰ পৰা লাইনচ্যুত হোৱাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয়।

লগতে পঢ়কঃ বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত নিহত কমেও ৪জন; আহত শতাধিক, মুকলি হেল্পলাইন নম্বৰ

দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনলৈ গৈ আছিল নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন।

ইপিনে, ৰে’লপথৰ পৰা লাইনচ্যুত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ আৱদ্ধ যাত্ৰীসকলক বিশেষ সাহায্য ৰে’লযোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে জনায়, ‘এতিয়া ৰঘুনাথপুৰ ষ্টেচনৰ পৰা বিশেষ সাহায্য ৰে’লযোগে, ১২৫০৬ নং ট্ৰেইন (নৰ্থইষ্ট এক্সপ্ৰেছ)ৰ আৱদ্ধ যাত্ৰীসকল কামাখ্যা জংচনলৈ যোৱাৰ পথত আছে।

লগতে পঢ়কঃবিমানত যৌন নিৰ্যাতনৰ বলি জনপ্ৰিয় অভিনেত্ৰী! দৰাচলতে কি ঘটিছিল দিব্যাৰ লগত?

আৱদ্ধ যাত্ৰীসকলক গুৱাহাটীলৈ লৈ অহা ৰে’লখন বৃহস্পতিবাৰে (১২ অক্টোবৰ) নিশা ১১ বজাৰ ভিতৰত মহানগৰীৰ কামাখ্যা ষ্টেচনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd