DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জোৱানো সাৰি যোৱা নাই পাটাছাৰকুছিত, ছহেজাৰ টকা জৰিমনা ||মটৰ বাহন আইন

আনিছুজ জামান by আনিছুজ জামান
September 28, 2019 5:54 pm
Motor Vehicles Act 2019 in Assam

তালাচী চলোৱাৰ সময়ত পাটাছাৰকুছি আৰক্ষী। ছবি- নৰ্থইষ্ট নাও।

3.6k
VIEWS
Share on FacebookShare on Twitter

মটৰ বাহন আইন ২০১৯ অসমত বলবৎ হোৱাৰ পিছৰে পৰাই আৰক্ষী আৰু পৰিবহণ বিভাগে ইয়াক ৰূপায়িত কৰাৰ ক্ষেত্ৰত পাৰ্যমানে চেষ্টা চলাই আছে।

বৰপেটা জিলাৰ পাটাছাৰকুছিতো যোৱা ২৪ ছেপ্তেম্বৰত এগৰাকী চি আই এছ এফ জোৱানক আৰক্ষীয়ে জৰিমনা ভৰোৱাইছে।

হেলমেট আৰু লাইচেঞ্চ অবিহনে এ এছ ২৫ পি ৪২৩০ নম্বৰৰ  স্কুটি এখন চলোৱাৰ অপৰাধত কপিল দাস নামৰ জোৱানজনক ছহেজাৰ টকাৰ জৰিমনা বিহিছে পাটাছাৰকুছি আৰক্ষীয়ে।

পাটাচাৰকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীয়ে জনোৱা মতে আইনৰ ক্ষেত্রত কোনো লোক সাৰি যাব নোৱাৰে আৰু অধিক তেওঁলোক অধিক কঠোৰ হ’ব।

আনহাতে, শনিবাৰেও পাটাছাৰকুছি আৰক্ষীয়ে আইন ভংগকাৰী ব্যৱসায়ী এজনক জৰিমনা বিহিছে।

এ এছ ১৪ চি ৭৩৯৩ নম্বৰ মটৰ চাইকেলেৰে ছফিকুল আলী ব্যৱসায়ীজনে বৰপেটাৰ পৰা নলবাৰী অভিমুখে গৈ থকা অৱস্থাত পাটাচাৰকুছিত আৰক্ষীয়ে তালাচি চলাই লাইচেঞ্চ নথকাৰক কথা পোহৰলৈ আনে।

ব্যৱসায়ীজনক পাঁচ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd