• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এএমচিএইচত ১০০ বিচনাযুক্ত পেডিয়াট্ৰিক আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 17, 2021 8:48 am
632466-yuvrajsingh
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতাল(এএমচিএইচ)ত ১০০খন বিচনাযুক্ত আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যন আৰু এএমচিএইচৰ মাজত শুকুৰবাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

বুজাবুজিৰ চুক্তি অনুসৰি, যুৱৰাজ সিং ফাউণ্ডেশ্যনে কোভিড-১৯ অতিমাৰীৰ সময়ত শিশুসকলৰ আপাতকালীন চিকিৎসাৰ বাবে এএমচিএইচক ১০০খন বিচনাযুক্ত আইচিইউৰ বাবে পুঁজি আগবঢ়াব।

Apply Now

এএমচিএইচৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতিয়ে কয়,’’সাধাৰণতে যুৱৰাজ সিং ফাউণ্ডেশ্যনে শিশুৰ কৰ্কটৰোগৰ বাবে কাম কৰে যদিও কোভিড-১৯ অতিমাৰীৰ পাছত তেওঁলোকে গোটেই ভাৰতবৰ্ষতে ১০০বিচনাযুক্ত শিশুৰ আইচিইউৰ বাবে সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।‘’

‘’তেওঁলোকে প্ৰথম পৰ্যায়ত ৫০খন বিচনাৰ বাবে পুঁজি আগবঢ়াব আৰু তাৰ পাছত বাকী ৫০খন বিচনাৰ বাবে দিব,’’-তেওঁ কয়।

‘’পেডিয়েট্ৰিক আইচিইউৰ এই ১০০খন বিচনাৰ ভিতৰত ২০খন বিচনাত সম্পূৰ্ণ ভেন্টিলেটৰৰ ব্যৱস্থা থাকিব আৰু বাকী ৮০খন অক্সিজেন যুক্ত বিচনা এএমচিএইচৰ শিশু ৱাৰ্ডত স্থাপন কৰা হ’ব,’’-ডাঃ কাকতিয়ে জানিবলৈ দিয়ে।

প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে স্থাপন কৰা যুৱৰাজ সিং ফাউণ্ডেশ্যন হৈছে এটা নন-প্ৰফিট অৰ্গেনাইজেশ্যন।

এই ফাউণ্ডেশ্যনটোৱে ককৰ্ট ৰোগৰ সৈতে সম্পৰ্কিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপকভাৱে স্বাস্থ্যখণ্ডত কাম কৰি আহিছে।

অঞ্চলটোত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে ১৯৪৭চনত ডিব্ৰুগড়ত অসম মেডিকেল কলেজ হাস্পাতালখন স্থাপন কৰা হৈছিল।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd