• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাত নগৰৰ মাজ মজিয়াত নিশা গাড়ীৰ চেপাত অজগৰ সাপৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 21, 2019 8:23 am

1 min read

বোকাখাত নগৰৰ মাজ মজিয়াত নিশা গাড়ীৰ চেপাত অজগৰ সাপৰ মৃত্যু

ফটো নৰ্থ-ইষ্ট নাও

2.4k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত নগৰৰ মাজ মজিয়াতে যোৱা নিশা গাড়ীৰ চেপাত এটা প্ৰকাণ্ড অজগৰ সাপ নিহত হয় ৷ বোকাথাত নগৰৰ ইউনাইটেড বেংকৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত মাজনিশা সংঘটিত হয় এই ঘটনা।

অজগৰটোৱে নগৰখনৰ ৩ নং ৱাৰ্ডৰ পৰা ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি ৪ নং ৱাৰ্ডলৈ যাব বিচাৰিছিল কিন্তুু পথ অতিক্ৰম কৰোতেই তীব্ৰ বেগী গাড়ীৰ চেপাত ৰাষ্ট্ৰীয় পথৰ ওপৰতেই সাপটোৰ মৃত্যু হয়।

জানিব পৰা মতে স্থানীয় এজন যুৱকে অজগৰটোক ৰাস্তাত দেখা পাই বোকাখাত আৰক্ষী আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মীক অৱগত কৰিছিল যদিও বনকৰ্মী বা আৰক্ষী অহাৰ আগতেই গাড়ী চেপাত ইতিমধ্যে সাপটোৰ মৃত্যু হৈছিল।

অজগৰ সাপটোয়ে বনপানীত উটি আহি বোকাখাত নগৰৰ ৩ নং ৱাৰ্ডৰ বাহনীত আশ্ৰয় লৈ আছিল বুলি অনুমান কৰা হৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd