• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত তথা অসমত ক’ভিডত কিমান লোকৰ মৃত্যু হ’ল সেই তথ্য ৰাজহুৱা কৰক; আব্দুল খালেক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 27, 2021 5:17 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি আব্দুল খালেকে দেশৰ লগতে অসমত ক’ভিডত কিমান লোকৰ মৃত্যু হ’ল তাৰ সঠিক তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনালে।

ইয়াৰে লগতে `অসম আৰোগ্য নিধি’ত কিমান টকা সংগ্রহ হ’ল, ক’ত কিমান খৰচ কৰা হ’ল তাৰো হিচাব অসম চৰকাৰে ৰাইজক দিয়ক বুলি দাবী জনালে সাংসদগৰাকীয়ে।

সংবাদমেলত খালেকে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে।

দেশৰ লগতে অসমতো ক’ভিড পৰিস্থিতিৰ উন্নতি আপাততঃ চকুত পৰিছে যদিও যোৱা ২০১৯ আৰু ২০২০ বৰ্ষত ক’ডিডক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ব্যাপক দুর্নীতি সংঘটিত যে হৈছিল সেয়া এতিয়া প্রায় স্পষ্ট বুলি খালেকে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Apply Now

ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যাওঁতে সমগ্র দেশতে চৰম অব্যৱস্থা লাজ লগাকৈ পোহৰলৈ আহিছে বুলি মন্তব্য কৰিছিল।

চৰকাৰখনে চূড়ান্ত ফাঁকিৰ আশ্ৰয় লোৱাৰ কথা স্পষ্ট হৈ পৰিছে বুলিও ৰাহুল গান্ধীয়ে কৈছিল।

ক’ভিডৰ সময়ত বেছিভাগেই চিকিৎসালয়ত বিচনা পোৱা নাছিল, আই চি ইউৰ বেড পোৱা নাছিল, প্রয়োজনও ভেন্টিলেচনৰ সুবিধা পোৱা নাছিল বুলি খালেকে মন্তব্য কৰে।

আহমেদাবাদ বেছিভাগ ক’ভিড ৰোগীয়ে আই চি ইউ নতুবা ভেন্টিলেচনৰ সুবিধাৰ অভাৱত মৃত্যুৰ মুখত পৰিছিল। গুজৰাট চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যখনত কোভিডত সৰ্বমুঠ ১০ হাজাৰ লোকৰ মৃত্যু হৈছে বুলিও সাংসদগৰাকীয়ে কয়।

কিন্তু কংগ্ৰেছ দলৰ কংগ্ৰেছ নেতা- কর্মীয়ে ঘৰে ঘৰে গৈ লোৱা তথ্য অনুসৰি ওজৰাটত ক’ভিডত অতি কমেও ৩ লাখ লোকৰ মৃত্যু ঘটিছিল। গুজৰাটৰ দৰে দেশৰ প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যখনতে কোভিডত ভুক্তভোগী মাত্র ১০ হাজাৰ লোকক মাত্র ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়া হৈছে।

বাকী ২ লাখ ৫০ হাজাৰ লোকক এই পর্যন্ত এটকাও দিয়া নাই। এই তথ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তথ্য সহকাৰে ৰাইজৰ আগত দাঙি ধৰা বুলিও খালেকে কয়।

এয়া কেৱল গুজৰাটৰে কাহিনী নহয়, এয়া সমগ্র দেশতে একেই ছবি। অসমৰ ছবিখনো আছিল অতি ভয়ংকৰ।

ক’ডিড আক্রান্ত লোকে অসমৰ বিভিন্ন ঠাইৰ হাস্পতালসমূহত আই চি ইউ, ভেন্টিলেচনৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

চৰকাৰখনৰ সু-পৰিকল্পিত ব্যৱস্থাৰ অভাৱত বহু লোকে প্ৰাণ হেৰুৱাৰ লগীয়া হৈছিল। চৰকাৰখনে সাধাৰণ জনতাৰ মাজত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস দিয়াৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ প্ৰচাৰেৰে পৰিকল্পিতভাবে এক ভয়ার্ত পৰিবেশ সৃষ্টি কৰিছিল আৰু বহু লোকে ইয়াৰ পৰিণতিত আত্মহত্যা কৰাৰো অলেখ নজিৰ আছে আছে বুলি তেওঁ কয়।

অসমত ক’ডিড পৰিস্থিতিত ৩২৪৩ গৰাকী লোকে আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছিল। তথ্য মতে ২০১৯ বৰ্ষতকৈ ২০২০ বৰ্ষত আত্মহননৰ পথ বাছি লোৱা লোকৰ সংখ্যা ৩৬ শতাংশ বৃদ্ধি পাইছিল।

কি পৰিস্থিতিত আত্মহননৰ পথ বাছি ল’বলগীয়া হ’ল তাৰ উত্তৰ অসম চৰকাৰে দিয়ক।

অসমত কিমান লোক ক’ভিডত আক্রান্ত হ’ল, কিমান লোকে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল, চিকিৎসা প্ৰদানৰ বেলিকা ক’ত ক’ত হাস্পতালসমূহে গাফিলতি কৰিলে তাৰ কোনো তথ্য চৰকাৰীভাৱে ৰাইজক আজিলৈকে জনোৱা হোৱা নাই বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

সেই সময়ৰ স্বাস্থ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে উল্লিখিত ‘অসম আৰোগ্য নিধিৰ ধনেৰে ৰাজ্যত কেবল ক ভিড ৰোগীৰ বাবে ৫ খন উন্নত মানৰ চিকিৎসালয় স্থাপন কৰা হ’ব। ক’ত ক’ত হ’ল সেই কথা ৰাজহুৱা কৰক বিজেপি চৰকাৰে, খালেকে কয়।

ক ভিডত প্ৰাণ যোৱা বহু লোকৰ পৰিয়ালে এতিয়ালৈ অসম চৰকাৰৰ পৰা এটকাও সাহায্য নোপোৱাকৈ থাকিল। কিয়? কংগ্ৰেছৰ দাবী-ক’ভিডত মৃত্যু হোৱা দেশৰ আৰু অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ তাৎক্ষণিকভাবে ৪ লাখকৈ টকাৰ সাহায্য দিয়ক বুলিও সাংসদগৰাকীয়ে দাবী কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd