• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দক্ষ’ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী;কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ

কোভিডৰ প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ অৱস্থা পুতৌজনক!: অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 4, 2021 4:45 pm
ajt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ দুটাকৈ কাগজ কল আৰু কোভিড পৰিস্থিতিক লৈ শুক্ৰবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু মনজিৎ মহন্তই সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত বিজেপি চৰকাৰক কটাক্ষ কৰি অজিত কুমাৰ ভুঞাই কয় ‘দক্ষ’ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী কৰিবলৈ সাজু হৈছে।কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ।

Apply Now

নিয়মীয়াকৈ দা-দৰমহা পাই থকা মুৰব্বীজনে হঠাৎ আজিৰ পৰা দৰমহা নাপালে কি অৱস্থা হ’ব?বুলি প্ৰশ্ন কৰি ভুঞাই লগতে কয় “জাগীৰোডৰ অশোক কাগজ কলৰ কৰ্মচাৰীসকলৰো সেই অৱস্থাই হৈছিল ২০১৭চনৰ ১৩ মাৰ্চৰ পৰা। লাভজনকভাৱে চলি থকা কাগজ কলটোৰ উৎপাদন হঠাৎ বন্ধ কৰি দিয়া হ’ল।হাহাকাৰ লাগিছিল ৩০০০ কৰ্মচাৰীৰ মাজত।”

সংবাদমেলৰ জৰিয়তে জাগীৰোডৰ অশোক কল বিক্ৰীৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে সাংসদগৰাকীয়ে।
ভূঞাই কয় যে নিৰ্বাচনৰ আগতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে চিঞৰি চিঞৰি কৈছিল যে জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰ জীয়াই তুলিব।এই বাণী শুনি অসমৰ বহু ৰাইজৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে তাল মিলাই নাচিছিল।কিন্তু সেই সকলো মিছা প্ৰতিপন্ন কৰি দুদিন পিছত খবৰ পোৱা গল যে সেই কাগজ কল দুটা নিলামত যাব।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যোৱা ১৫ টা বছৰে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগটোৰ ইমানেই কাম কৰিলে যে সামান্য অৰ্থনৈতিকভাৱে সচ্চল পৰিয়াল এটায়েও চৰকাৰী স্কুল,চৰকাৰী হস্পিতাললৈ পৰিয়ালৰ সদস্য পঠিয়াব নোখোজে।এতিয়া এই ‘দক্ষ’ মুখ্যমন্ত্ৰীজনৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী হব সেইয়া লক্ষণীয়।অসমত এয়াই দক্ষতা।”

কেৰেলা,তামিলনাডু,দিল্লীৰ দক্ষতাৰ প্ৰসংগত উদাহৰণ দি অজিত ভুঞাই পুনৰ কয়”কেৰেলা,তামিলনাডুৰ নিচিনা ৰাজ্যই বিনামূলীয়াকৈ কোভিড চিকিৎসা সেৱা কৰি থকা দেখা পোৱা গৈছে। চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয় সমূহে সকলো ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগ বঢ়াই আছে।দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত চিকিৎসা ব্যৱস্থাত চৰম বিশৃংখলতা আজিও বিদ্যমান।ভেকচিনেচনৰ ক্ষেত্ৰত অসমৰ শতকৰা হাৰ পুতৌজনক।”

আনহাতে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চৰকাৰে প্ৰথম আৰু দ্বিতীয় পালি ভেকচিনৰ মাজৰ ব্যৱধান বাৰম্বাৰ নিজৰ খেয়াল-খুচি মতে সাল-সলনি কৰি থকাৰ ফলত সাধাৰণ ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও অজিত ভূঞাই মন্তব্য কৰে।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd