• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি আহিছে; অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 29, 2021 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। সংবাদমেলত ভূঞাই কয় যে খোজে প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিছা কথা আৰু মিছা প্ৰতিশ্রুতি দি ।

৬ মাহত হিমন্ত বিশ্বৰ চৰকাৰে কেতবোৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব কৰি সাংসদ ভূঞাই চৰকাৰ খনক ঠগবাজৰ চৰকাৰ আখ্যা দিয়ে।

Apply Now

চৰকাৰখনৰ হনিমুন পিৰিয়ড শেষ হৈছে বুলি উল্লেখ কৰি ভূঞাই কয়— ‘এতিয়া আমি কামৰ খতিয়ান লোৱাৰ সময় হ’ল’।

চৰকাৰখন বৰ্তমান প্ৰতিশ্ৰুতি আৰু প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে।APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা কাৰ্যকো সমালোচনা কৰে সাংসদ গৰাকীয়ে।

এই প্ৰসংগত সাংসদগৰাকীয়ে কয়—’চৰকাৰে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি দিছে, এয়া গৰিহণাৰ যোগ্য।ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই অহা উচিত’।

জনজাতিৰ বেল্ট ব্লকৰ ভূমিৰ অকৰ্তৃত্বশীল ভাৱে হস্তান্তৰৰ সিন্ধান্ত চৰকাৰে লৈছে।ইয়াৰ দ্বাৰা ভূমিপুত্ৰ সকলৰ থকা ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে বুলিও ভূঞাই কয়।

ভূঞাই কয়—’মিট্টালৰ দৰে বনিয়াৰ স্বাৰ্থ এইবোৰ সিদ্ধান্ত চৰকাৰে লৈছে।গো সুৰক্ষা আইনে গ্ৰাম্য অৰ্থনীতি একেবাৰে তচনচ কৰিব।

মুখ্যমন্ত্ৰীয়ে নাগপুৰ আৰু দিল্লীৰ প্ৰভূসকলৰ সন্তুষ্ট কৰিবলৈ এটাৰ পাছত এটাকৈ জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গৈছে।
অসমৰ চাৰিওফালে বিশ্ববিদ্যালয়ৰ ঘোষণা কৰি আছে চৰকাৰে।কিন্তু যিকেইখন পূৰ্বৰ পৰায়ে আছে সেইকেইখন বিশ্ববিদ্যালয়ৰে আন্তঃগাঁঠনি অতি বেয়া।এই বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁঠনি সৱল নকৰাকৈ নতুন বিশ্ববিদ্যালয় ঘোষণা কৰাটো শুভ লক্ষণ নহয়’।

চৰকাৰৰে বিভিন্ন ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ্য ভূঞাই কয় যে উৎপাদনশীলতাৰ বিপৰীতে কেৱল হিতাধিকাৰীৰ সৃষ্টিৰ বাবে অসমৰ ৰাইজক ঋণৰ বোজা জাপি দিছে।

ৰাজ্যৰ বাবে ঋণ লোৱা চৰকাৰ খনে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ আঁচনি লৈছে ।ৰাইজক মূৰ্খ বুলি নাভাবি, বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক চৰকাৰক—সাংসদ ভূঞাই কয়।

কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজিত কুমাৰ ভূঞাই কয়—’ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমীয়া-বঙালীৰ মাজত এই বিভেদ সৃষ্টি কৰা হৈছে’।

বৰাকৰ কথা বাদ দিয়ক গুৱাহাটীতে অসমীয়া ভাষাত বেনাৰ-হৰ্ডিং নিলিখে।অসম সাহিত্য সভাই ভাষা ক্ষাৰ ক্ষেত্ৰত কি কৰিছে বুলিও প্ৰশ্ন কৰে সাংসদ অজিত কুমাৰ ভূঞাই।
ভূঞাই কয় যে কেৱল ভাষা ৰক্ষাৰ নামত অনুষ্ঠান পাতি থাকিলেই নহ’ব।

অহা লোকপিয়লত ভাষাক লৈ এটা ষড়যন্ত্ৰ আৰম্ভ হ’ব বুলি আশংকা ব্যক্ত কৰি ভূঞাই লগতে মন্তব্য কৰে যে ভাষাক লৈ ৰাজনীতি সদায় চলিয়ে আছে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd