• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাৰ নিৰ্বাচন : ভোট দিব নোৱাৰিব সাংসদ নিৰ্বাচিত তিনিজন বিধায়কে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 9:55 am
MP-Elected_BJP MLAs

বিধায়কৰ পৰা সাংসদ নিৰ্বাচিত বিজেপিৰ তিনিজন বিধায়ক সোঁফালৰ পৰা ক্ৰমে কৃপানাথ মল্লা, তপন গগৈ আৰু পল্লৱলোচন দাস।

2.6k
VIEWS
Share on FacebookShare on Twitter

অহা ৭ জুনত অনুষ্ঠিত হ’ব লগীয়া অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব সাংসদ হিচাপে নিৰ্বাচিত বিজেপিৰ তিনিজন বিধায়কে। তেওঁলোক হ’ল- সোণাৰি সমষ্টিৰ তপন গগৈ, ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস আৰু ৰাতাবাৰীৰ কৃপানাথ মল্লা।

তিনিওজন বিধায়কৰ বিধায়ক পদ ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বেই খাৰিজ হ’ব। সংবিধানৰ নিয়ম অনুসৰি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ ফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ ১৪ দিনৰ ভিতৰত সাংসদ নিৰ্বাচিত বিধায়কসকলৰ বিধায়ক পদ খাৰিজ হয়।

বিজেপিয়ে এইবাৰ তেওঁলোকৰ ৪জন বিধায়কক সাংসদ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নমাইছিল আৰু তাৰে ৩জনেই জয়ী হয়।

অৱশ্যে বিধায়ক তিনিজনে ভোট দিব নোৱাৰিলেও কোনো অসুবিধাত নপৰে বিজেপি আৰু মিত্ৰদল। তেওঁলোকৰ দুয়োজন প্ৰাৰ্থীকে জয়ী কৰাবৰ বাবে তাৰ পিছতো যথেষ্ট সংখ্যক বিধায়ক হাতত থাকিব। মিত্ৰজোঁটৰ বৰ্তমান ৮৭ (সাংসদ নিৰ্বাচিত তিনিজনক ধৰি) বিধায়ক আছে। দুয়োজন প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁলোকক ৮৪জন (৪২ + ৪২ ) বিধায়কহে দৰকাৰ।

তাতকৈও ডাঙৰ কথা, এই ক্ষেত্ৰত শাসনাধিষ্ঠিত দলৰ প্ৰাৰ্থীকেইজন ভোটিং প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈয়ে নিৰ্বাচিত হ’ব পাৰে। কাৰণ, বিৰোধী কংগ্ৰেছ আৰু এ আই য়ু ডি এফে প্ৰাৰ্থীয়েই দিয়া নাই।

ইতিপূৰ্বে বিজেপিৰ পৰা কামাখ্য প্ৰসাদ তাছা আৰু অগপৰ পৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আসন দুখনৰ বাবে ২৮ মে’ত মনোনয়ন পত্ৰ দাখিল কৰিছে। প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অন্ত পৰিব বাবে দুয়োখন আসন অহা ১৪ জুনত খালী হ’ব।

ইপিনে ভোট দিব নোৱাৰিব কংগ্ৰেছৰ জনিয়াৰ বিধায়ক তথা সপ্তদশ লোকসভালৈ সাংসদ নিৰ্বাচিত আব্দুল খালেকেও। অৱশ্যে ভোটদানৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীও নাই।

Recent News

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd