• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ নিৰ্বাচন : ভোট দিব নোৱাৰিব সাংসদ নিৰ্বাচিত তিনিজন বিধায়কে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 9:55 am
MP-Elected_BJP MLAs

বিধায়কৰ পৰা সাংসদ নিৰ্বাচিত বিজেপিৰ তিনিজন বিধায়ক সোঁফালৰ পৰা ক্ৰমে কৃপানাথ মল্লা, তপন গগৈ আৰু পল্লৱলোচন দাস।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ জুনত অনুষ্ঠিত হ’ব লগীয়া অসমৰ ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব সাংসদ হিচাপে নিৰ্বাচিত বিজেপিৰ তিনিজন বিধায়কে। তেওঁলোক হ’ল- সোণাৰি সমষ্টিৰ তপন গগৈ, ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস আৰু ৰাতাবাৰীৰ কৃপানাথ মল্লা।

তিনিওজন বিধায়কৰ বিধায়ক পদ ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বেই খাৰিজ হ’ব। সংবিধানৰ নিয়ম অনুসৰি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ ফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ ১৪ দিনৰ ভিতৰত সাংসদ নিৰ্বাচিত বিধায়কসকলৰ বিধায়ক পদ খাৰিজ হয়।

Apply Now

বিজেপিয়ে এইবাৰ তেওঁলোকৰ ৪জন বিধায়কক সাংসদ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নমাইছিল আৰু তাৰে ৩জনেই জয়ী হয়।

অৱশ্যে বিধায়ক তিনিজনে ভোট দিব নোৱাৰিলেও কোনো অসুবিধাত নপৰে বিজেপি আৰু মিত্ৰদল। তেওঁলোকৰ দুয়োজন প্ৰাৰ্থীকে জয়ী কৰাবৰ বাবে তাৰ পিছতো যথেষ্ট সংখ্যক বিধায়ক হাতত থাকিব। মিত্ৰজোঁটৰ বৰ্তমান ৮৭ (সাংসদ নিৰ্বাচিত তিনিজনক ধৰি) বিধায়ক আছে। দুয়োজন প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁলোকক ৮৪জন (৪২ + ৪২ ) বিধায়কহে দৰকাৰ।

তাতকৈও ডাঙৰ কথা, এই ক্ষেত্ৰত শাসনাধিষ্ঠিত দলৰ প্ৰাৰ্থীকেইজন ভোটিং প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকৈয়ে নিৰ্বাচিত হ’ব পাৰে। কাৰণ, বিৰোধী কংগ্ৰেছ আৰু এ আই য়ু ডি এফে প্ৰাৰ্থীয়েই দিয়া নাই।

ইতিপূৰ্বে বিজেপিৰ পৰা কামাখ্য প্ৰসাদ তাছা আৰু অগপৰ পৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আসন দুখনৰ বাবে ২৮ মে’ত মনোনয়ন পত্ৰ দাখিল কৰিছে। প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্য্যকাল অন্ত পৰিব বাবে দুয়োখন আসন অহা ১৪ জুনত খালী হ’ব।

ইপিনে ভোট দিব নোৱাৰিব কংগ্ৰেছৰ জনিয়াৰ বিধায়ক তথা সপ্তদশ লোকসভালৈ সাংসদ নিৰ্বাচিত আব্দুল খালেকেও। অৱশ্যে ভোটদানৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীও নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd