• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত বায়ু প্ৰদূষণক লৈ প্ৰতিবাদ সাংসদ গৌৰব গগৈৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , November 18, 2019 2:51 pm

1 min read

MP-Gaurav-Gogoi-reached-Parliament-with-mask-1449485264_835x547

নতুন দিল্লীত সাংসদ গৌৰৱ গগৈ। ফাইল ফটো

562
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ কলিয়াবৰৰ সাংসদ গৌৰব গগৈয়ে সোমবাৰে নতুন দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ বিৰুদ্ধে সংসদৰ বাহিৰত এক প্ৰতিবাদ সাৱ্যস্ত কৰে।

গগৈয়ে মুখত প্ৰদূষণ প্ৰতিৰোধী মাস্ক পৰিধান কৰে আৰু সংসদৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।

তেওঁ কয় যে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন অনাটো বিচাৰে কিয়নো ১৯৮১চনৰ আইনখন পুৰণি আৰু একেবাৰেই খাপ নোখোৱা হৈছে।

গৌৰব গগৈয়ে সংসদৰ চলিত শীতকালীন অধিৱেশনতে বায়ু ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১’ৰ সংশোধনৰ প্ৰস্তাৱেৰে এখন ব্যক্তিগত সদস্যৰ বিধেয়ক (প্ৰাইভেট মেম্বাৰ্ছ বিল) উত্থাপন কৰিব।

১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন অহা ১৩ ডিচেম্বৰলৈকে চলিব।

ইয়াৰ পূৰ্বে তেওঁ কয় যে তেওঁৰ প্ৰথম লক্ষ্য হৈছে স্বাস্থ্যৰ প্ৰতি ভাবুকি বায়ু প্ৰদূষণৰ বিষয়টো তুলি ধৰা।

‘’আইনখনৰ ক’তো ইয়াক এটা স্বাস্থ্যজনিত বিষয় হিচাপে উল্লেখ কৰা নাই। সেয়ে আমি ইয়াক তাত তুলি ধৰিম। বিধেয়কখনৰ মূল বিষয়বস্তু হ’ব কেন্দ্ৰীয় প্ৰদূষণ বোৰ্ডক অধিক ক্ষমতা দিয়া,’’-গগৈয়ে কয়।

Recent News

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd