• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ অংগ সৰবৰাহত কলকাতাৰ হাস্পাতাল ‘জড়িত’ৰ অভিযোগ; তদন্ত বিচাৰি মমতালৈ গৌৰৱ গগৈৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2021 7:08 pm
New-Project-1-7-750x375
267
VIEWS
Share on FacebookShare on Twitter

মানৱ অংগৰ সৰবৰাহৰ সৈতে কলকাতাস্থিত  এখন হাস্পাতাল জড়িত থকাৰ অভিযোগৰ এক তদন্তৰ আহ্বান জনাই অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখিছে।

উল্লেখ্য যে কেনেকৈ মানৱ অংগৰ মাফিয়াই অসমৰ চাহ বাগিছাৰ শ্ৰমিকক লক্ষ্য কৰি লৈছে সেই কথা সদৰী কৰি ‘নৰ্থইষ্ট নাও’ৱে এক আছুতীয়া প্ৰতিবেদন প্ৰকাশ কৰাৰ এদিন পাছতে গৌৰৱ গগৈয়ে এই পত্ৰখন লিখিছে।

সেই আছুতীয়া প্ৰতিবেদন অনুসৰি, এজন ‘এজেন্টে’ ৰামু কৰ্মকাৰ নামৰ এজন চাহ শ্ৰমিকক যোৱা এপ্ৰিলত ৩.৫লাখ টকাৰ বিনিময়ত তেওঁৰ এটা কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল।

অতি গুৰুত্বপূৰ্ণ ভাৱে, কৰ্মকাৰৰ কিডনী উলিয়াই নিয়া অস্ত্ৰোপচাৰটো কলকাতাৰ এখন হাস্পাতালত কৰা হৈছিল।

Tripura-cabinet-1564740100-1

গৌৰৱ গগৈয়ে তেওঁৰ পত্ৰখনত উল্লেখ কৰিছে,’’চক্ৰটোৰ সম্পৰ্ক কলকাতাৰ লগত পোৱা গৈছে… সকলোবোৰ কাম কলকাতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ কাৰ্ডিয়াক ছায়েন্সেছত সম্পন্ন হৈছিল।‘’

গগৈয়ে লগতে লিখিছে,’’মই আপোনাক আৰক্ষীক এই বিষয়ে এক তদন্তৰ নিৰ্দেশ দিবলৈ আৰু সংবাদ মাধ্যমৰ এই অভিযোগৰ বিষয়টো পুনৰীক্ষণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো।‘’

 

বিশ্বস্ত সূত্ৰসমূহৰ মতে, মানৱ অংগৰ মাফিয়া শেহতীয়াভাৱে ডিব্ৰগড় জিলাৰ চাহ বাগিছাসমূহত অতি সক্ৰিয়া হৈ পৰিছে।

‘’কিডনী সৰবৰাহৰ চক্ৰটো চাহ বাগিছা অঞ্চলসমূহত সক্ৰিয় হৈ পৰিছে। একাংশ স্থানীয় লোকে তেওঁলোকক তথ্য যোগান ধৰি সহায় কৰি আছে,’’-সূত্ৰসমূহে কয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd