• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তুংগত বাকযুদ্ধ! মন্ত্ৰী প্ৰমীলা ৰাণীক ‘পুতনা’ আখ্যা সাংসদ নৱ শৰণীয়াৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 5, 2019 9:34 pm

1 min read

Pramila VS Saraniya
2.2k
VIEWS
Share on FacebookShare on Twitter

বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম আৰু কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ মাজৰ তীব্ৰতৰ হৈ উঠিছে বাকযুদ্ধ।

ৰাজ্যৰ সমাজকল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে সাংসদজনক আওপকীয়াকৈ “মহিষাসুৰ”ৰ সৈতে তুলনা কৰাৰ পিছত আজি মন্ত্ৰীগৰাকীক পুতনা আখ্যা দিয়ে সাংসদ শৰণীয়াই।

বাক্সা জিলাৰ মেৰকুছিৰ এটা পূজা মণ্ডপত উপস্থিত থকাৰ সময়তে মন্ত্ৰীগৰাকীক এই আখ্যা দিয়ে সাংসদগৰাকীয়ে।

“প্ৰমীলাৰাণীৰ সন্দৰ্ভত কোকৰাঝাৰ সমষ্টিৰ জনসাধাৰণে যি বেয়া মন্তব্য কৰে সেইবোৰ মোৰ মুখেৰে নোলায়। তেওঁ দুৰ্গাতো হ’বই নোৱাৰে, তেওঁ নাচি থকা পুতনাহে”, সংবাদ মাধ্যমৰ আগত শৰণীয়াৰ মন্তব্য।

সাংসদজনে লগতে কয় যে প্ৰমীলা ৰাণী ব্ৰহ্মই চেষ্টা কৰিলেও এইবাৰ হাগ্ৰামা মহিলাৰীক বিটিচিৰ শাসনৰ পৰা গাদীচ্যুত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

“প্ৰমীলাৰাণী ব্ৰহ্মৰ কথাত গুৰুত্ব দি লাভ নাই। তেওঁ যিমান চেষ্টা কৰিলেও হাগ্ৰামক বচাব নোৱাৰে। হাগ্ৰামা বি টি চিৰ গাদীৰ পৰা গাদীচ্যুত হোৱাটো খাটাং। সেয়েহে তেওঁলোকে পাগলৰ দৰে আবোল-তাবোল বকিব পাৰে, আমি কেৰেপ নকৰো”, সংবাদ মাধ্যমৰ আগত সাংসদ নৱ শৰণীয়াৰ মন্তব্য।

তেওঁৰ দাবী. প্ৰমীলাৰাণী ব্ৰহ্ম আৰু তেওঁৰ সহযোগীসকলে ভয়তে থৰকাছুটি হেৰুৱাইছে।

“বড়ো-অবড়োৰ যি ৰাজনৈতিক সংঘাত তাৰ শান্তিপূৰ্ণ সমাধানত আমি বিশ্বাসী। নৱ শৰণীয়া টীমৰ বি টি চিত সংঘাত সৃষ্টি কৰাৰ কোনো ইচ্ছা নাই”, শৰণীয়াই কয়।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd