• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্লে অফত চেন্নাইক হৰুৱালে হায়দৰাবাদে; ধোনীৰ ফটোশ্বুট দেখি আৱেগত উথলি উঠিল চিপক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 9:04 am
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰৰ এই সময়টোলৈকে অপেক্ষা কৰি থাকে ক্ৰিকেট অনুৰাগীয়ে। কাৰণ এই আই পি এলতহে তেওঁলোকে বছৰটোৰ ভিতৰত নষ্টালজিয়াত বুৰ যোৱাৰ সুযোগ পায়। সৌজন্যত ২২ গজৰ ওপৰত মহেন্দ্ৰ সিং ধোনিৰ আধিপত্য। হেলিকপ্টাৰ শ্বট, উইকেটৰ পিছফালে থিয় হৈ ৰিভিউ লোৱা সেই চিনাকি ছবিখন।

এই ছিজনত এতিয়ালৈকে থালাৰ অনুৰাগীয়ে সেই ছবিখন দেখাৰ সুযোগ পোৱা নাই। আঘাতৰ বাবে তেওঁৰ খেলত নমাৰ তাৰিখ বাৰে বাৰে পিছুৱাই দিয়া হৈছে। অৱশ্যে সোমবাৰে চিপকত প্ৰথম একাদশত নহ’লেও দলটোৰ সৈতে খেলপথাৰত দেখা গ’ল কেপ্তেইন কুলক। আৰু সেইটোৱেই কৌতুহল, এইটোৱেই নেকি তেওঁৰ শেষ আই পি এল?

Apply Now

১৮ মে’। এই দিনটোতে চিপকত চেন্নাইৰ শেষ মেচ আছিল। এই দিনটোতে হয়তো ধোনীয়ে অৱসৰ ল’ব। এনে জল্পনা-কল্পনাৰ শিখৰত উপনীত হৈছিল। আৰু অভাৱনীয়ভাৱে ধোনীক খেলপথাৰত দেখা পাই সেই জল্পনা-কল্পনাক ইন্ধন যোগাইছিল।

এই ছিজনত দলটোৰ সৈতে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছে ধোনীয়ে। তেওঁ কেৱল ড্ৰেছিং ৰুমৰ পৰা খেলখন চোৱাই নহয়, চেন্নাইৰ ইনিংছ শেষ হোৱাৰ পিছত সতীৰ্থৰ সৈতে খেলপথাৰলৈও নামি আহিল। ফটো শ্বুট হৈছিল। সমগ্ৰ ষ্টেডিয়ামতে আৱেগৰ ঢল।

সাধাৰণতে যিকোনো দলে ঘৰুৱা খেলপথাৰতে শেষৰখন মেচত ফটো শ্বুট কৰে। তথাপিও অনুৰাগীসকল চিন্তিত, আৰু ধোনীক হয়তো বেটসহ হালধীয়া জাৰ্চি পিন্ধা দেখা নাযাব। হয়তো আন কোনো ভূমিকাত! ইয়াৰ উত্তৰ আধৰুৱা। অৱশ্যে দিনটোৰ শেষত ধোনিৰ মুখত হাঁহি বিৰিঙাবলৈ ব্যৰ্থ হ’ল ৰুতুৰাজ বাহিনী। চি এছ কেই তেওঁক জয় আনি দিব নোৱাৰিলে।

চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু পাঁচবাৰৰ চেম্পিয়ন দলটোৰ শীৰ্ষ অৰ্ডাৰত পেট কামিন্স আৰু ছাকিব হুছেইনৰ বলিঙে মোক্ষম আঘাত হানে। কঠিন সময়ত সঞ্জু চেমচনে শক্তিশালী বেটিং কৰিলে চেন্নাইয়ে জয়লাভ কৰে। কিন্তু সোমবাৰে ২৭ ৰানেৰে উভতি আহিছিল। কাৰ্তিক শৰ্মা আৰু ব্ৰেভিছে ক্ৰমে ৩২ আৰু ৪৪ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ ইনিংছটো ৭ উইকেটত ১৮০ ৰানত সমাপ্ত হয়।

কামিন্সে অকলে তিনিটা উইকেট দখল কৰে। ঈশান কিষানৰ ঈৰ্ষণীয় ফৰ্মত শান্ত হৈ পৰিল বিপক্ষৰ বলাৰ। জয়ৰ শেষ প্ৰান্তত উপনীত হোৱাৰ পিছত ৭০ ৰানৰ মূল্যৱান ইনিংছ খেলি পেভিলিয়নলৈ উভতি আহে। চেন্নাইয়ে হেনৰিক ক্লাচেনক ৪৭ ৰানত আউট কৰি মেচখনৰ জোৱাৰ ঘূৰাই দিবলৈ চেষ্টা কৰে। কিন্তু শেষত হাৰ মানিলে।

এই জয়ৰ বাবেই ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৬ পইণ্টেৰে প্লে অফত প্ৰৱেশ কৰে। চেন্নাইৰ পৰাজয়ে প্লে অফৰ টিকট নিশ্চিত কৰিলে গুজৰাট টাইটানছৰো। তেওঁলোকৰ হাততো আছে ১৬ পইণ্ট। ইতিমধ্যে ১৮ পইণ্টেৰে শীৰ্ষত বহি আছে আৰ চি বি। অৰ্থাৎ প্লে অফৰ এটা স্থানৰ বাবে এতিয়া বাকী যুঁজখন।

চেন্নাইৰ পথ সম্পূৰ্ণৰূপে বন্ধ নহয় যদিও ই অতি কঠিন। পৰৱৰ্তী মেচত কেৱল ৰুতুৰাজ বাহিনী জয়ী হোৱাই নহয়, পঞ্জাৱ আৰু ৰাজস্থানৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব লাগিব। অৱশ্যে খেলখনৰ হাফটাইমত ধোনীক পোৱাটোৱেই আছিল দিনটোত চিপকৰ একমাত্ৰ উজ্জ্বল মুহূৰ্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd