DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিত মহেন্দ্ৰ সিং ধোনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2021 10:36 am
index
161
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিত মহেন্দ্ৰ সিং ধোনীৰ নাম। এনচিচিক পুনৰ্গঠন কৰাৰ বাবে প্ৰস্তুত কৰা এই সমিতিত ধোনীৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰাও আছে।

সময়ৰ সৈতে খাপ খুৱাই এনচিচিৰ পুনৰ্গঠন কৰিব পৰা যায় তাৰবাবেই কেন্দ্ৰই গঠন কৰিছে এই বিশেষজ্ঞ সমিতি। সমিতিখনত মুঠ ১৫গৰাকী সদস্য আছে।

বিগত বৰ্ষৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীক এইবছৰ অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত টীম ইণ্ডিয়াৰ মেন্টৰ নিয়োগ কৰা হৈছে।

তাৰ পাছতেই এইবাৰ এনচিচি পুনৰ্গঠনৰ বাবে সৃষ্টি কৰা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমিতিতো স্থান লাভ কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীয়ে।

উল্লেখ্য যে ধোনী টেৰিটৰিয়েল আৰ্মিৰ অ’নাৰেৰী কৰ্ণেল আৰু তেওঁ ভাৰতীয় সেনা বাহিনীৰ প্ৰসিদ্ধ পেৰছ্যুট ৰেজিমেন্টত এমাহৰ প্ৰশিক্ষণো লৈছে।

আনহাতে, দেশৰ বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰাই তেওঁৰ ব্যৱসায়ৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। তেওঁৱো এই সমিতিত স্থান লাভ কৰিছে।

Recent News

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd