• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমিত শ্বাহক ‘ভাৰতৰ প্ৰকৃত লৌহ পুৰুষ’,‘প্ৰকৃত কৰ্মযোগী’ প্ৰশংসাৰে উপচাই পেলালে আম্বানিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 30, 2019 11:38 am

2 min read

ambani-shah

ফটো : দেশ গুজৰাটৰ সৌজন্যত

19.6k
VIEWS
Share on FacebookShare on Twitter

ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক প্ৰশংসাৰে উপচাই পেলাইছে।

বৃহস্পতিবাৰে আম্বানিয়ে শ্বাহক এগৰাকী ‘প্ৰকৃত কৰ্মযোগী’ আৰু ‘ভাৰতৰ লৌহ পুৰুষ’ বুলি অভিহিত কৰে।

সাধাৰণতে ‘ভাৰতৰ লৌহ পুৰুষ’ বুলি ক’লে চৰ্দাৰ বল্লভ ভাই পেটেলকে বুজোৱা হয়।

গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম য়ুনিভাৰ্ছিটিৰ সমাৱৰ্তন উৎসৱত উপস্থিত দৰ্শকক সম্বোধি আম্বানিয়ে কয়,’’অমিত ভাই, আপুনি প্ৰকৃততে এগৰাকী কৰ্মযোগী, আপুনি প্ৰকৃততে আমাৰ দেশৰ লৌহ পুৰুষ। গুজৰাট, আৰু বৰ্তমান ভাৰতবৰ্ষই আপোনাৰ দৰে এগৰাকী নেতাক পাই গৌৰৱান্বিত।‘’

উল্লেখযোগ্য যে অনুষ্ঠানত অমিত শ্বাহো উপস্থিত আছিল।

ভাৰত এতিয়া সুৰক্ষিত হাতত থকা বুলি দাবী কৰি আম্বানিয়ে কয়,’’আপোনাৰ আকাংক্ষা কেতিয়াও সীমাৰ মাজত আবদ্ধ কৰি নাৰাখিব। বিশাল সপোন দেখিবলৈ কেতিয়াও সংকোচ নকৰিব। আশা ৰাখক যে কাইলৈৰ ভাৰতে আপোনাৰ আকাংক্ষা আৰু স্বপ্ন পৰিপূৰ্ণ কৰিবলৈ বিপুল সুযোগৰ সৃষ্টি কৰিব।‘’

গান্ধীনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত বৰ্তমান কেন্দ্ৰী গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয়,’’২০১৪ চনলৈকে ভাৰতৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ কোনোৱে চেষ্টা কৰা নাছিল। বিগত পাঁচ বছৰত আমি ইয়াক বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি গঢ়ি তুলিবলৈ সক্ষম হৈছো।‘’

মুকেশ আম্বানিয়ে তেওঁৰ ভাষণত লগতে নৰেন্দ্ৰ মোদী চৰকাৰৰ ভাৰতক ৫ ট্ৰিলিয়ন অৰ্থনীতি কৰাৰ অভিলাষী লক্ষ্যকো সমৰ্থন কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd