• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভূত! আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ শীৰ্ষ বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2021 4:02 pm
a Sachin-Waze
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই যোৱা নিশা গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ বিষয়া শচীন ৱাজেক।

প্ৰায় ১২ ঘণ্টা ধৰি জেৰা চলোৱাপৰ অন্ত নিয়াই আৰক্ষী বিষয়া জনক গ্ৰেপ্তাৰ কৰে।

Apply Now

উল্লেখ্য ২৫ ফেব্ৰুৱাৰীত আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে।

তাৎপৰ্যপূৰ্ণ ভাবে বাহন খনৰ স্বত্বাধিকাৰ মনসুখ হীৰেণৰ মৃতদেহ পৰৱৰ্তী সময়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল।

মনসুখৰ পত্নী বিমলা হীৰেণে  অভিযোগ কৰা অনুসৰি আৰক্ষী বিষয়া ৱাজেই আম্বানীৰ ঘৰৰ সন্মুখত ৰখা বাহন খন দীৰ্ঘ দিন ধৰি তেওঁৰ স্বামীৰ পৰা নি ব্যৱহাৰ কৰি আছিল।

ইয়াৰ পিছতে নিয়াই তদন্ত আগবঢ়াই নিয়ে আৰু বাৰ ঘণ্টীয়া জেৰাৰ অন্তত আৰক্ষী বিষয়া জনক গ্ৰেপ্তাৰ কৰে।

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ  ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-উল-হিন্দে স্বীকাৰ কৰা বুলি কোৱা হৈছিল যদিও সংগঠনটোৱে সেই কাম কৰা নাই বুলি স্পষ্টীকৰণ দিয়াৰ পিছতে ঘটনাটোৱে অন্য মোৰ লৈছিল।

টেলিগ্ৰাম এপৰ জৰিয়তে আজি সংগঠনটোৱে এই দায়িত্ব স্বীকাৰ কৰিছিল।

উল্লেখ্য আম্বানিৰ বাসভৱন এন্টিলিয়াৰ সন্মুখত উদ্ধাৰ হৈছিল এখন বিস্ফোৰক ভৰ্তি গাড়ী।

পৰিত্যক্ত এখন গাড়ী অঞ্চলটোত ৰৈ থকা দেখি স্থানীয় বাসিন্দাসকলৰ সন্দেহ ওপজে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

আবেলি সংঘটিত এই ঘটনাই স্বাভাৱিকতে আতংকৰ সৃষ্টি কৰে। বহুসময় ধৰি এখন এছ য়ু ভি আম্বানিৰ ঘৰৰ সন্মুখত ৰৈ থকা দেখা গৈছিল।

মুম্বাই আৰক্ষীয়ে ততাতয়াকৈ বোম স্কোৱাডক খৱৰ দিয়ে। বোম স্কোৱাড আহি গাড়ীখন পৰীক্ষা কৰি দেখা পায় যে পৰিত্যক্ত গাড়ীখনত ২০ডাল জিলেটিন ষ্টিক আছে।

গামদেবী থানাৰ পৰা অহা বিশাল আৰক্ষী বাহিনীয়ে গোটেই অঞ্চলটো ঘেৰি পেলায়। তদুপৰি, ডগ স্কোৱাডকো মাতি পঠিওৱা হয়।

গাড়ীখনৰ ভিতৰত কেইবাখনো নাম্বাৰ প্লেট পোৱা গৈছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মুকেশ আম্বানিৰ নিৰাপত্তাত ব্যৱহৃত গাড়ীৰ নম্বৰৰ সৈতে নাম্বাৰ প্লেটৰ নম্বৰৰ মিল আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd