• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নহ’ল চিংৰা খোৱা, বেংকৰ পৰা হৰলুকি হ’ল ১.৪০ লাখ টকা!

অনলাইনত চিংৰা অৰ্ডাৰ দি মূৰে কপালে হাত দিবলগা অৱস্থা চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 3:55 pm
samosa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ খাদ্যৰসিক সকলৰ মাজত বহুল জনপ্ৰিয় এবিধ লঘূ খাদ্য হৈছে চিংৰা। এই চিংৰা নাবালকৰ পৰা বুঢ়া-মেথালৈকে সকলোৰে পচন্দৰ। এই চিংৰাৰ সোৱাদ লোৱাৰ মানসেৰেই অনলাইনত চিংৰা অৰ্ডাৰ দি মূৰে কপালে হাত দিবলগীয়া হৈছে এগৰাকী চিকিৎসকে।

অনলাইনত ২৫ প্লেট চিংৰা অৰ্ডাৰ দি চিকিৎসকগৰাকীয়ে বেংক একাউন্টৰ পৰা হেৰুৱাইছে ১.৪০ লাখ টকা। এই ঘটনা সংঘটিত হৈছে মুম্বাইত। মায়ানগৰী মুম্বাইৰ কে ই এম হাস্পতালৰ এগৰাকী ২৭ বৰ্ষীয় চিকিৎসক সন্মুখীন হৈছে এই অভাৱনীয় লুণ্ঠনৰ।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে চিকিৎসকগৰাকীয়ে তেওঁৰ কিছু সতীৰ্থৰ সৈতে কাৰ্জাত অঞ্চলত পিকনিকৰ পৰিকল্পনা কৰিছিল আৰু এই যাত্ৰাত চিংৰাৰ স্বাদ লোৱাৰ মানসেৰে পুৱা ৮.৩০ বজাত ছিয়ন চহৰৰ এখন জনপ্ৰিয় হোটেলৰ পৰা অৰ্ডাৰ দিছিল ২৫ প্লেট চিংৰা।

অনলাইনত জনপ্ৰিয় হোটেলখনৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি তেওঁ চিংৰাৰ অৰ্ডাৰ দিছিল। আনহাতে এই ফোনকল গ্ৰহণ কৰাগৰাকীয়ে ফোনতে চিকিৎসকগৰাকীক চিংৰাৰ বিনিময়ত আগতীয়াকৈ ১৫০০ টকা পৰিশোধ কৰিবলৈ কয়।

ইয়াৰ পিছতে চিকিৎসকগৰাকীয়ে হোৱাটছএপত এটা মেছেজ লাভ কৰে। মেছেজটোত তেওঁক অৰ্ডাৰ চিশ্চিতকৰণৰ লগতে অনলাইনত টকা পৰিশোধৰ বাবে বেংক একাউণ্ট নম্বৰো দিয়া হয় আৰু চিকিৎসকগৰাকীয়েও লগে লগে সেই একাউণ্টত ১৫০০ টকা পৰিশোধ কৰে।

ইফালে এই টকা পৰিশোধৰ সময়তে পুনৰ আন এক ফোনকল যোগে হোটেলৰ পৰিচয়েৰে এগৰাকী ব্যক্তিয়ে টকা পৰিশোধৰ বাবে চিকিৎসকগৰাকীক এটা ট্ৰেন্সজেকচন আইডি তৈয়াৰ কৰিব লাগিব বুলি জনায়।

ব্যক্তিগৰাকীৰ নিৰ্দেশনা অনুসৰি ট্ৰেন্সজেকচন আইডি তৈয়াৰ সময়তে তেওঁ প্ৰথমে ২৮,৮০৭ টকা আৰু পৰৱৰ্তী সময়ত সৰ্বমুঠ ১.৪০ লাখ টকা একাউণ্টৰ পৰা হৰলুকি হোৱা বুলি জানিব পাৰে।

এই প্ৰতাৰণাৰ পিছতে তেওঁ লগে লগে স্থানীয় আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰে। এই অভিযোগ অনুসৰি ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd